• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাটনা ৰে’ল ষ্টেছনত ৰে’লৰ পৰাই নিৰুদ্দেশ ঘৰলৈ উভতি আহি থকা মৰিগাঁৱৰ যুৱক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 17, 2021 7:56 pm

1 min read

a patna bih
227
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ পাটনা ৰে’ল ষ্টেছনৰ পৰা আকস্মিক ভাবে নিৰুদ্দেশ হৈ পৰিছে অসমৰ এজন যুৱক।

নিৰুদ্দেশ হোৱা যুৱক জনৰ নাম পৰেশ বৰা।

১৯ বছৰীয়া যুৱক জনে তেওঁৰ পিতৃ ৰুদ্ৰ সিং বৰাৰ সৈতে গুজৰাটীৰ এটা কোম্পানীত কাম কৰি আছিল।

শেহতীয়াকৈ বন্ধু মণ্টু দেউৰীৰ সৈতে গুজৰাটৰ পৰা ৰে’লেৰে অসমলৈ উভতি অহাৰ পথতে পাটনা ৰে’ল ষ্টেছনৰ পৰা পৰেশ বৰা নিৰুদ্দেশ হৈ পৰে।

মৰিগাঁও জিলাৰ বঘৰা ঘুলিগাঁও নিবাসী পৰেশ বৰা পাটনা ৰে’ল ষ্টেছনত হঠাতে কিদৰে নিৰুদ্দেশ হৈ পৰিল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।

পৰেশ বৰাৰ পিতৃ ৰুদ্ৰ সিং বৰাই পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত মৰিগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে।

উঠি অহা যুৱক জনক কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰো সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত চলালে যুৱক জনক শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd