DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত পশুধন কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰা যুৱকৰ দলক হাতে-লোটে আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
January 21, 2020 7:40 am
38.9k
VIEWS
Share on FacebookShare on Twitter

বিগত সময়ত বোকাখাতৰ বিহৰা বজাৰৰ পৰা পশুধন সৰবৰাহ কৰা গাড়ীৰ পৰা ধন দাবী কৰি অহা এটা যুৱকৰ দলক হাতে-লােটে কৰায়ত্ত কৰে বোকাখাতৰ আৰক্ষীয়ে।

দেওবাৰৰ বোকাখাতৰ পানবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে বিহৰা বজাৰৰ পৰা গাহৰি পােৱালী লৈ নগাঁও অভিমুখে গৈ থকা এ এচ ০২ বি চি ৭৩১৭ নম্বৰৰ এখন টেম্পু গাড়ীৰ পৰা পাঁচজনীয়া যুৱকৰ দলটোৱে ধন দাবী কৰি থকা অৱস্থাতে বােকাখাত আৰক্ষীয়ে আটক তেওঁলোকক আটক কৰে।

এ এচ ০১ এক্স ৩৮৮৪ নম্বৰৰ টাটা ইন্দিকা গাড়ীত অহা দলটোয়ে পশুধন সৰবৰাহ কৰা গাড়ীৰ পৰা ধন সংগ্রহ কৰি থকা সম্ভেদ লাভ কৰি বােকাখাত আৰক্ষীয়ে এই অভিযান চলায়। ধৃত যুৱক কেইজন হ’ল দেৰগাঁৱৰ দিব্যজ্যোতি বৰা, সীমান্ত বৰা, ৰঞ্জিত শইকীয়া আৰু বােকাখাতৰ সৌৰভ বৰা, পাপু শইকীয়া।

ঘটনা সন্দৰ্ভত গাহৰি কঢ়িওৱা গাড়ীখনৰ মালিক আৰু ব্যৱসায়ী কেইজনে যুৱকৰ দলটোৰ বিৰুদ্ধে বােকাখাত থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে যুৱকৰ দলটোয়ে ধনদাবী কৰাৰ কথা অস্বীকাৰ কৰিছে যদিও এজাহাৰৰ ভিত্তিত  বােকাখাত আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে।

যুৱকৰ দলটোয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ লগতে পঞ্জীয়ন নম্বৰ বিহীন এখন পালচাৰ বাইকো জব্দ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি কেউজন যুৱককে সোমবাৰে আদালতলৈ লৈ যোৱা হয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd