DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামিলনাডুত বিহাৰীৰ ওপৰত আক্ৰমণৰ ভুৱা ভিডিঅ’ বনোৱা ইউটিউবাৰ মনীষ কাশ্যপৰ আত্মসমৰ্পণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 18, 2023 12:13 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

148
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ বিহাৰী লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিভ্ৰান্তিকৰ বাতৰি আৰু ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত অভিযুক্ত ইউটিউবাৰ মনীষ কাশ্যপে শনিবাৰে বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইক’নমিক অ’ফেন্স ইউনিট (EOU) দলটোৱে নিৰন্তৰ মনীষ কাশ্যপক গ্ৰেপ্তাৰৰ বাবে সন্ধান কৰি আছিল। এই সন্দৰ্ভত অভিযানকাৰী দলৰ এছ পি সুশীল কুমাৰে কয় যে আৰক্ষীৰ অভিযান আৰু তালাচী আৰম্ভ হোৱাৰ লগে লগে মনীষে আত্মসমৰ্পণ কৰিছে। মনীষ কাশ্যপে আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা

“তামিলনাডুত কৰ্মৰত বিহাৰৰ বাসিন্দাসকলৰ বাবে অসত্য, বিভ্ৰান্তিকৰ আৰু উন্মত্ত ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত মনীষ কাশ্যপে বিহাৰ আৰক্ষী আৰু EOU ৰ হেঁচাৰ বাবে বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

तमिलनाडु में कामकाजी बिहार के निवासियों के लिए असत्य, भ्रामक एवं उन्माद फ़ैलाने वाले वीडियो को प्रसारित करने एवं आर्थिक अपराध थाना कांड सं0 3/23 तथा 4/23 के अभियुक्त मनीष कश्यप ने बिहार पुलिस एवं EOU के दबिश के कारण बेतिया के जगदीशपुर थाने में किया आत्मसमर्पण।#BiharPolice

— Bihar Police (@bihar_police) March 18, 2023

ইয়াৰ আগতে, EOU-য়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল আৰু মনীষ কাশ্যপৰ বেংক একাউণ্ট ফ্ৰীজ কৰিছিল। মনীষ কাশ্যপৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ প্ৰমাণো পোৱা গৈছে, যাৰ ওপৰত তদন্ত চলি আছে। 

মনীষ কাশ্যপ বিহাৰৰ বেতিয়াৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে সাতটা গোচৰ আছে যাৰ ভিতৰত পাঁচটা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। তেওঁ এটা গোচৰত জামিন লাভ কৰিছে।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

যুদ্ধ বন্ধ কৰিব কোনে? এইবাৰ ইউক্ৰেইনলৈ চাৰিখন মিগ-২৯ যুঁজাৰু বিমান পঠালে স্লোভাকিয়াই

যুদ্ধ বন্ধ কৰিব কোনে? এইবাৰ ইউক্ৰেইনলৈ চাৰিখন মিগ-২৯ যুঁজাৰু বিমান পঠালে স্লোভাকিয়াই

চলিত বছৰৰ জানুৱাৰীৰ পৰাই হ’ব প্ৰযোজ্য; কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ

চলিত বছৰৰ জানুৱাৰীৰ পৰাই হ’ব প্ৰযোজ্য; কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd