• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত আক্ৰান্ত হৈ জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰীৰ বিয়োগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2021 6:17 pm

1 min read

ক’ৰ’নাত আক্ৰান্ত হৈ জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰীৰ বিয়োগ
197
VIEWS
Share on FacebookShare on Twitter

জিম্বাবুৱেৰ বিদেশিক মন্ত্ৰী চিবুচিচো মোয়োৰ বুধবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

জিম্বাবুৱেৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ জৰ্জ চাৰাম্বাই বুধবাৰে এই কথা প্ৰকাশ কৰে।

জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ২০১৭ চনত জিম্বেবুৱেৰ দীৰ্ঘ সময়ৰ ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাৱেক সৈন্য বাহিনীৰ দ্বাৰা অপসাৰণ কৰাৰ অন্যতম আছিল।

‘‘জিম্বাবুৱে এগৰাকী একনিষ্ঠ জনসাধাৰণৰ সেৱক আৰু এগাৰকী সঁচা নেতাক হেৰুৱালে আৰু মই এগৰাকী ভাল বন্ধুক হেৰুৱালো,’’ জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি ইমাৰছন মানংৱাই এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্বে জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে চিবুচিচো মোয়ে ৬১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

জনপ্ৰিয় নেতা গৰাকীৰ মৃত্যুত দেশখনৰ জনসাধাৰণে গভীৰ শোক প্ৰকাশ কৰে।

সম্পুৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে বিদেহী নেতা গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

জিম্বাবুৱেত ক্ৰমাৎ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। দেশখনত ক’ৰ’নাৰ দ্বাৰা বৰ্তমানলৈ ২৮,৬৭৫ গৰাকী ব্যক্তি সংক্ৰমিত হোৱাৰ বিপৰীতে ৮২৫ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd