• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত সংযোগ হ’ল এক নতুন অধ্যায়ঃ জয়ী হ’ল প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2025 1:38 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ ডেম’ক্ৰেট প্ৰাৰ্থী জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ জয়েৰে নিউয়ৰ্ক ষ্টেটৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী আছিল ট্ৰাম্প সমৰ্থিত ৰিপাব্লিকান প্ৰাৰ্থী কাৰ্টিছ স্লিৱা আৰু প্ৰাক্তন গভৰ্ণৰ এণ্ড্ৰু কুমো।

প্ৰতিবেদন অনুসৰি, মামদানীয়ে প্ৰায় ৫০ শতাংশৰো অধিক ভোট লাভ কৰি জয়লাভ কৰে। এই জয়েৰে তেওঁ নিউয়ৰ্কৰ ইতিহাসত প্ৰথমগৰাকী মুছলমান তথা এছীয় বংশোদ্ভূৱ আফ্ৰিকাত জন্ম গ্ৰহণ কৰা প্ৰথমজন মেয়ৰ  হিচাপে পৰিগণিত হৈছে।

Apply Now

১৯৯১ চনত উগাণ্ডাৰ কাম্পালাত জন্মগ্ৰহণ কৰা মাত্ৰ ৩৪ বছৰীয়া মামদানী উগাণ্ডাৰ প্ৰখ্যাত শিক্ষাবিদ মাহমুদ মামদানী আৰু প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মীৰা নাইৰৰ পুত্ৰ।

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত, মামদানীয়ে প্ৰগতিশীল স্থিতিৰ বাবে বিশেষভাৱে পৰিচিত হৈ পৰিছিল। চিএনএনে প্ৰকাশ কৰা নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰগতিশীল স্থিতিৰ বাবে পৰিচিত মামদানীয়ে দীৰ্ঘদিন ধৰি বাস কৰি অহা বাসিন্দাসকলৰ ভাড়া হ্ৰাস কৰি নিউয়ৰ্ক চহৰৰ বৰ্ধিত জীৱন-যাপনৰ ব্যয় হ্ৰাস কৰাৰ লগতে গৃহ নিৰ্মাণৰ সংকটৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ আমুল সংস্কাৰৰ বাৰ্তাই পৰিৱৰ্তন বিচৰা নিউয়ৰ্কৰ লোকসকলৰ মাজত গভীৰ অনুৰণনৰ সৃষ্টি কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মামদানীৰ বিৰুদ্ধে প্ৰচাৰৰ সময়ত তেওঁক “কমিউনিষ্ট প্ৰাৰ্থী” বুলি অভিহিত কৰিছিল। ট্ৰাম্পে ভাবুকি দিছিল যে তেওঁ জয়ী হ’লে নিউয়ৰ্কলৈ ফেডাৰেল পুঁজি বন্ধ কৰা হ’ব। ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মামদানীয়ে কৈছিল যে এই ভাবুকি কেৱল তেওঁৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই নিউয়ৰ্কবাসীৰ অধিকাৰহে খৰ্ব কৰিছে।

উল্লেখযোগ্য যে এই নিৰ্বাচনত ২০ লাখতকৈও অধিক নিউয়ৰ্কবাসীয়ে ভোটদান কৰিছিল, যিটো বিগত ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছিল। জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd