• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে : জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 6:58 pm
Zubeen_Hima

হিমাৰ সৈতে শিল্পী জুবিন গাৰ্গ।

78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৯-২০ বছৰে ধাৰাবাহিকভাৱে আৰু সফলভাৱে অনুষ্ঠিত হৈ অহা তথা সমগ্ৰ ৰাজ্যৰ গ্ৰন্থপ্ৰেমীৰ আগ্ৰহৰ কেন্দ্ৰ হৈ পৰা উত্তৰ-পূব গ্ৰন্থমেলা আয়োজনত স্বয়ং চৰকাৰে বিধি-পথালি দিয়া কাৰ্য্যত এইবাৰ সৰৱ হৈ পৰিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ।

গ্ৰন্থমেলাক লৈ খেলিমেলি নকৰিব বুলি আহ্বান জনাই চৰকাৰলৈ বুলি সম্বোধন কৰি এটা চমু লেখা নিজৰ ফেইচবুকৰ টাইমলাইনত প্ৰচাৰ কৰিছে জুবিনে।

Apply Now

লেখাটোত জনপ্ৰিয় শিল্পীজনে প্ৰশ্ন কৰিছে, ২০ বছৰে পাতি অহা গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ দিয়াত চৰকাৰে বেয়া পাইছে কিয়?

আনহাতে প্ৰসংগটোত তাৎপৰ্য্যপূৰ্ণ আৰু অতি মহত্ত্বপূৰ্ণ মন্তব্যও কৰে জুবিনে, “কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে।”

জুবিন গাৰ্গৰ চমু লেখাটো।

অহা বছৰৰ মাৰ্চলৈকে চানমাৰিৰ ফিল্ডখন বুক কৰি থোৱা বাবে চৰকাৰক সমালোচনা কৰে শিল্পীজনে। ইয়াক তেওঁ উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰতি চৰকাৰখনৰ ষড়যন্ত্ৰ আখ্যা দিছে।

মানুহে কিতাপ কিনাটো চৰকাৰে নিবিচাৰে নেকি? নে মানুহে কেৱল সেইবোৰ কিতাপ কিনিব পাৰিব, যিবোৰ চৰকাৰে ভাল পায়? মানুহে চিন্তা-চৰ্চা নকৰিব নেকি? গ্ৰন্থমেলাৰ নামত কাজিয়া কৰি এখন প্ৰতিষ্ঠিত গ্ৰন্থমেলা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি চৰকাৰে খুবেই বেয়া কাম কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে লাজ পোৱা উচিত।

তেওঁ চৰকাৰক ‘প্ৰত্যেকখন জিলাৰ প্ৰতিটো মহকুমাৰ প্ৰতিখন সদৰ ঠাইত একে সময়তে একেলগে গ্ৰন্থমেলা পাতি দেখুওৱাক’ বুলি প্ৰত্যাহ্বান জনায়।

তেওঁ প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা, এই দুয়োখন গ্ৰন্থমেলা পতাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ আজি উত্তৰ-পূব গ্ৰন্থমেলা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত কৰা চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্য্যসূচীলৈ সমৰ্থন আগ বঢ়ায়। তেওঁ ভাৰতৰ বাহিৰত থকা বাবে এই ধৰ্মঘট কাৰ্য্যসূচীলৈ আহিব নোৱৰা বুলি স্বীকাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd