• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

গুৱাহাটী উচ্চ ন্যায়ালয়ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিহু কমিটিৰ পৰা সংগ্ৰহ কৰা ধন আত্মসাৎৰ অভিযোগ, গোচৰ অসমৰ বাহিৰলৈ স্থানান্তৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 5:52 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ সময়ছোৱাত বন্ধ কৰি ৰখা বেংক একাউণ্টসমূহ পুনৰ পৰিচালনা কৰাৰ বাবে পত্নী গৰিমা গাৰ্গক গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ন্যায়ালয়ে পৰিয়ালৰ প্ৰয়োজনীয় খৰচ আৰু শিল্পীগৰাকীৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহ পৰিচালনা কৰাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা শুনানিৰ সময়ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিহু কমিটিসমূহৰ পৰা লাভ কৰা ধন কণ্ঠশিল্পীগৰাকীৰ একাউণ্টত জমা নকৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয়। ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি, বৰ্তমান জুবিন গাৰ্গৰ বেংক একাউণ্টত মাত্ৰ ন লাখ টকাহে জমা আছে। আনহাতে, অভিযুক্ত মেনেজাৰ শৰ্মাৰ বেংক একাউণ্টত কেইবা কোটি টকা মজুত থকা বুলি অভিযোগ উত্থাপন হৈছে। লগতে দাবী কৰা হৈছে যে বিহু কমিটিসমূহে কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰা ধন সম্পূৰ্ণৰূপে তেওঁৰ বেংক একাউণ্টত জমা কৰা হোৱা নাছিল।

Apply Now

ইয়াৰ উপৰি যোৱা বছৰ বিহু কমিটিসমূহে প্ৰদান কৰা বত্ৰিশ লাখ টকা মেনেজাৰগৰাকীয়ে আত্মসাৎ কৰা বুলি ন্যায়ালয়ত সুকীয়াকৈ দাবী কৰা হৈছে। অৱশ্যে এই অভিযোগসমূহ বৰ্তমানো ন্যায়িক প্ৰক্ৰিয়াৰ অধীনত আছে আৰু ন্যায়ালয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত ৰায়দান প্ৰদান কৰা নাই। শুনানিৰ সময়তে আদালতৰ দৃষ্টিগোচৰ হয় যে প্ৰয়াত শিল্পীগৰাকীৰ দৈনন্দিন খৰচ আৰু অন্যান্য আনুষংগিক কাম-কাজ চলাই নিবলৈ বন্ধ হৈ থকা বেংক একাউণ্টসমূহৰ  মুকলি কৰাটো অতি প্ৰয়োজনীয়, যাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে একাউণ্টসমূহ মুকলি কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে, সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অসমৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ দাবীৰে অভিযুক্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। শৰ্মাই দাখিল কৰা এই আবেদনখন বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছে আৰু পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতহে গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰু বিচাৰৰ স্থান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd