• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিনৰ মৃত্যুৰ প্ৰাথমিক তদন্তত ফাউল প্লে’ৰ ইংগিত পোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 2:56 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আৰু তিনিমাহ সময় লাগিব ছিংগাপুৰ আৰক্ষীক। ইয়াৰ পাছত এই তথ্যসমূহ অধিক বিশ্লেষণৰ বাবে ষ্টেট ক’ৰ’নাৰৰ ওচৰত দাখিল কৰা হ’ব বুলি শুকুৰবাৰে (১৭ অক্টোবৰ) ছিংগাপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰে।

ছিংগাপুৰ আৰক্ষী বাহিনীয়ে বিবৃতিযোগে কয় যে ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আৰু তিনি মাহমান সময় লাগিব পাৰে।’

Apply Now

বিবৃতিটোত কোৱা হৈছে যে এছ পি এফৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত এই তথ্য ছিংগাপুৰৰ ষ্টেট ক’ৰ’নাৰক দাখিল কৰা হ’ব, আৰু তাৰ পৰৱৰ্তী সময়ত ক’ৰ’নাৰ পৰীক্ষা (চি আই) অনুষ্ঠিত কৰা হ’ব নে নহয় সেইটো নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখ্য যে ক’ৰ’নাৰ তদন্ত হৈছে মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ ন্যায়িক বিষয়াৰ নেতৃত্বত চলা এক তথ্য বিচাৰি উলিওৱা প্ৰক্ৰিয়া।

এছ পি এফে জনোৱা মতে, তদন্ত চলি থকাৰ পাছতো গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু প্ৰাৰম্ভিক তথ্যৰ প্ৰতিলিপি  ১ অক্টোবৰত ভাৰত উচ্চায়ুক্তক প্ৰদান কৰা হৈছে।

তদুপৰি প্ৰাথমিক তদন্তত গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে’ বা অপৰাধমূলক ষড়যন্ত্ৰৰ প্ৰমাণ পোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am
জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am
জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd