DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰাহ্মণ সমাজৰ ৰোষমুক্ত জুবিন গাৰ্গ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 18, 2019 4:47 pm
Zubeen Garg saves his skin from Brahman Samaj's pique

জুবিন গাৰ্গৰ ফাইল ছবি।

789
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ব্ৰাহ্মণ সমাজৰ ৰোষৰ পৰা এইবাৰলৈ ৰক্ষা পৰিছে জুবিন গাৰ্গ।

আগতেও কেইবাবাৰো “ঘৰৰ ল’ৰা বুলি” এৰি দিয়া জনপ্ৰিয় শিল্পীজনক এইবাৰো ক্ষমাদান কৰিছে সমাজে।

সমাজৰ চৰ্ত মানি গাৰ্গে নিজ মন্তব্যৰ বাবে “লিখিতভাৱে ক্ষমা প্ৰাৰ্থনা” কৰাৰ পিছত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে নৰ্থইষ্ট নাওক এই কথা জনাইছে সদৌ অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল গোস্বামীয়ে।

গাৰ্গ আৰু সমাজ দুয়ো পক্ষই অহা ২৭ আগষ্টত এই বিষয়ে স্পষ্টীকৰণ দিব।

“অহা ২৭ আগষ্টত মঙলদৈত দুয়োপক্ষই সংবাদমেল সম্বোধন কৰি এই বিষয়ত ৰাইজক সবিশেষ জনাব,” জনায় গোস্বামীয়ে।

সমাজৰ এই সিদ্ধান্তৰ ফলত অতি চৰ্চিত বিষয়টোৰ ইমানতে আধ্যা পৰাটো নিশ্চিত হৈছে।

গাৰ্গৰ “লিখিত ক্ষমা ভিক্ষা” অবিহনে সমাজে তেওঁৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ নকৰাৰ কথা কৈছিল।

কেৱল সেয়ে নহয়, মুক্তিৰ অপেক্ষাত থকা গাৰ্গ নিৰ্মিত ছবি “কাঞ্চনজংঘা”ৰ বিৰুদ্ধেও চেন্সৰ ব’ৰ্দৰ কাষ চপাৰ কথাও তেওঁলোকে কৈছিল।

ধাৰণা কৰা হৈছে, সেই দিশতো সমাজ আৰু আগনাবাঢ়িব।

যোৱা ২৬ জুলাইত গুৱাহাটীৰ অনুষ্ঠানত গাৰ্গে তেওঁৰ বিতৰ্ক সৃষ্টিকাৰী মন্তব্য কৰিছিল। “মই বামুণ, মই লগুণ ছিঙি দিছো। এই বামুণ-চামুণ চব মাৰিব লাগে এইবিলাক।”

“হিন্দী ভাষা” আৰু “ৰিক্সাৱালা” সংক্ৰান্তীয় এক বক্তব্যও গাৰ্গে একেটা অনুষ্ঠানতে আগবঢ়াইছিল। অৱশ্যে সেই লৈ কোনো বিতৰ্ক হোৱা নাছিল।

‘‘এই হিন্দী বাদেই দিলো মই, ইংৰাজী গাওঁ আজিকালি। হিন্দী লাভ নাই, ঢেকেৰী লেংগুৱেজ, ৰিক্সাৱালায়ো কয়,” এয়া আছিল অনুষ্ঠানত গাৰ্গৰ আন এটা মন্তব্য।

বক্তব্যই বিতৰ্ক সৃষ্টি কৰাৰ পিছত গাৰ্গে কৈছিল যে তেওঁ “বৰ্ণহীন (casteless)” সমাজ বিচাৰে আৰু সেই লৈ ক’ব খোজোতেই “বামুণ” বুলি ওলাই গ’ল।

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd