• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰিমা শইকীয়াৰ সংবাদমেল : জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে বিশেষ ন্যাস গঠন, সাংস্কৃতিক আৰু সামাজিক কামৰ বাবে অপৰ্ণ কৰিলে খাৰঘূলিৰ ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 7:50 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু আদৰ্শক আগুৱাই নিয়াৰ লক্ষ্যৰে জুবিন গাৰ্গ ন্যাস গঠনৰ কথা ঘোষণা কৰিছে তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলে।

শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জনায় যে প্ৰায় চাৰে তিনি মাহ ধৰি চলা আলোচনাৰ অন্তত এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে। এই যাত্ৰাত পৰিয়ালৰ লগতে জুবিন গাৰ্গৰ ঘনিষ্ঠ সহযোগী পাৰ্থ সাৰথি মহন্ত, ভাতৃ গৌতম শৰ্মা আৰু অন্যান্য শুভাকাংক্ষীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

Apply Now

এই ন্যাসৰ মূল কাৰ্যালয়হ’ব জুবিন গাৰ্গৰ খাৰঘুলিস্থিত আৱাসগৃহ, যিটো এতিয়াৰ পৰা সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ বাবে উৎসৰ্গা কৰা হ’ব।

সংবাদ মেলত গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈও অনুৰোধ জনায়।

জুবিন গাৰ্গৰ সপোন আৰু তেওঁৰ শিল্পকৰ্মক জীয়াই ৰাখিবলৈ এই ন্যাসক তিনিটা বিশেষ ভাগত বিভক্ত কৰা হৈছে। ইয়াৰ প্ৰথমটো শাখা কলাগুৰু ফাউণ্ডেশ্যনে সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ কাম কৰিব। আনহাতে জুবিনে নিজৰ ভগ্নীৰ নামত গঠন কৰা ‘অভিনয়া পৰফৰ্মিং আৰ্টছ’ৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ মাজত নাটক আৰু অভিনয় কলাৰ চৰ্চা চলোৱা হ’ব। ইয়াৰ উপৰিও এটা গৱেষণা শাখাৰ জৰিয়তে জুবিন গাৰ্গৰ জীৱন, তেওঁৰ গীত-মাত আৰু বৌদ্ধিক সম্পদসমূহ পদ্ধতিগতভাৱে সংৰক্ষণ আৰু অধ্যয়ন কৰা হ’ব।

কেৱল সংস্কৃতিয়েই নহয়, সমাজৰ হিতৰ বাবেও এই ন্যাসে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জুবিনৰ ঘনিষ্ঠ বন্ধু ভাস্কৰে জনোৱা মতে, জনস্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ন্যাসে বিশেষভাৱে কাম কৰিব। ইতিমধ্যে অসমৰ দুৰ্গম অঞ্চলসমূহত জুবিন গাৰ্গৰ নামত স্বাস্থ্য শিবিৰ আয়োজন কৰি স্বাস্থ্যসেৱাৰ কাম আৰম্ভ কৰা হৈছে। জুবিন গাৰ্গৰ ছাত্ৰাৱস্থাৰ বন্ধুসকলৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু জুবিনৰ অনুৰাগী সকলে এই উদ্যোগত পূৰ্ণ সহযোগ কৰিছে।

জুবিনে সদায় ভাল পোৱা সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এই ন্যাসে আগন্তুক দিনত এক সৱল ভূমিকা পালন কৰিব বুলি পৰিয়ালে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd