• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে জুবিন গাৰ্গৰ পত্নী, পৰিয়ালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 7:21 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে স্বামীৰ মৃত্যুক কেন্দ্ৰ কৰি চি আই ডিত এজাহাৰ দাখিল কৰিছে। এজাহাৰত ঘটনাৰ সময়ত ছিংগাপুৰত উপস্থিত থকা বিশেষভাৱে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি  সকলোৰে নাম উল্লেখ কৰিছে।

গৰিমাই তেওঁৰ ননদ পামী বৰঠাকুৰ আৰু পৰিয়ালৰ এজন খুড়াকৰ সৈতে ইমেইলযোগে অনলাইন এজাহাৰ দাখিল কৰিছে।

Apply Now

অভিযোগ অনুসৰি ছিংগাপুৰ ভ্ৰমণৰ অংশ হিচাপে থকা সকলো ব্যক্তিকে সামৰি জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ সম্পূৰ্ণ তদন্ত বিচাৰিছে।

কৰ্তৃপক্ষই অভিযোগ লাভ কৰাটো নিশ্চিত কৰিছে, আৰু এজাহাৰ দাখিল কৰাৰ পিছত চিআইডিয়ে তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ফালৰ পৰা দাখিল কৰা এই অভিযোগৰ ফলত এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি আইনী আৰু ৰাজহুৱা নিৰীক্ষণ আৰু অধিক গভীৰ হৈ পৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত দ্ৰুত গতিত আগবাঢ়িছে।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে নিশ্চিত কৰে যে এই গোচৰৰ সন্দর্ভত সিদ্ধার্থ শর্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে লুক আউট নোটিচ জাৰি কৰা হৈছে৷

তেওঁ লগতে প্ৰকাশ কৰে যে ছিংগাপুৰত থকা ৮ জন প্ৰবাসী ভাৰতীয় (এন আৰ আই)ক বিষয়টোৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক চি আই ডিৰ কাৰ্যালয়ত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত সংগঠনসমূহে অসমত কোনো ধৰণৰ সাংস্কৃতিক বা ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd