• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তেইছ ছেপ্টেম্বৰত জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া: হাতীমূৰাত যুদ্ধকালীন তৎপৰতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2025 2:07 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত সম্পন্ন কৰা হ‘ব জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া। ইতিমধ্যে উক্ত স্থানত চলিছে শেষকৃত্যৰ প্ৰস্তুতি। সোমবাৰে পুৱা আছুৰ শীৰ্ষ নেতৃত্ব, মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত যুদ্ধকালীন প্ৰচেষ্টাৰে কমাৰকুছিত প্ৰশাসনে প্ৰস্তুতি চলাইছে।

উল্লেখযোগ্য যে, হাতীমূৰা কমাৰকুছিৰ ১০ বিঘা ভূমিত হ‘ব অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ। তেইছ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত আৰম্ভ হ‘ব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। আপোন শিল্পীগৰাকীৰ এই শেষ যাত্ৰাত ভাগ ল’ব লক্ষাধিক অনুৰাগীয়ে।

Apply Now

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জুবিন গাৰ্গৰ শেষকৃত্যৰ প্ৰাৰম্ভিক কাম-কাজ সকলোৱে ভাগে-ভাগে আৰম্ভ কৰিছে। হাতীমূৰাৰ জংঘল কাটি ক্ষীপ্ৰতাৰে শিল্পীগৰাকীৰ শেষ ঠিকনা সাজু কৰাত লাগি গৈছে সকলো।

ইফালে সমাধিক্ষেত্ৰ হ’ব লগা ঠাইত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে, ‘জুবিন গাৰ্গ সকলোৰে হৃদয়ৰ শিল্পী আছিল। গতিকে তেওঁৰ সমাধিক্ষেত্ৰত মানুহক যাতে একান্ত অনুভৱ কৰাব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজত সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছো বুলিও উল্লেখ কৰে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

November 9, 2026 7:12 pm
খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

November 9, 2026 5:58 pm
ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

November 9, 2026 5:57 pm
হঠাতে কিয় বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে শ্বেখ হাছিনাই? ডিচেম্বৰত কি ঘটিব ঢাকাত?

হঠাতে কিয় বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে শ্বেখ হাছিনাই? ডিচেম্বৰত কি ঘটিব ঢাকাত?

November 9, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

November 9, 2026 7:12 pm
খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

November 9, 2026 5:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd