• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অংগৰাগ মহন্তৰ চুম্বন কাণ্ড ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত : নিজৰ টুইটত পাপনৰ শাস্তি দাবী কৰিলে সুব্ৰমণিয়ন স্বামীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 5:38 pm
Subramanian Swamy

সুব্ৰমনিয়ন স্বামীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়েলিটি শ্ব’ এটাৰ শ্বুটিঙৰ সময়ত পাপন অংগৰাগ মহন্তই এজনী নাবালিকাক আপত্তিজনকভাৱে চুমা খোৱা ঘটনাটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। কেইবাটাও ৰাষ্ট্ৰীয় বৈদ্যুতিন সংবাদ মাধ্যমে গুৰুত্বসহকাৰে প্ৰচাৰ কৰিছে এই ঘটনাটোৰ বাতৰি।

প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে পাপনৰ আচৰণ আপত্তিকৰ বুলি মত প্ৰকাশ কৰা দেখা গৈছে। সংবাদ মাধ্যমৰ লগতে ফেচবুক, টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়াতো পাপনৰ এই কাণ্ডৰ ব্যাপক চৰ্চা হৈছে। সততে বিতৰ্কিত মন্তব্য দি ভাল পোৱা, বিজেপি দলৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমণিয়ন স্বামীয়ে নিজৰ টুইটত পাপনক ‘পাপী পাপন’ আখ্যা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগত বিচাৰ চলাব পাৰি বুলি মন্তব্য কৰিছে।

Apply Now
Susu_tweet
সাংসদ সুব্ৰমণিয়ন স্বামীৰ টুইটটো।

আনহাতে নাবালিকা ছোৱালীজনীৰ প্ৰতি পাপনৰ আচৰণ মুঠেই গ্ৰহণযোগ্য নহয়, বৰং আপত্তিকৰ বুলি বেছিভাগ আইনী বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। লগতে স্বামীৰ টুইটটোৰ ৰি-টুইট কৰাসকলৰ বেছিভাগেই তেওঁৰ বক্তব্যক সমৰ্থন কৰা দেখা গৈছে।

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত অসমৰ নৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত শ্বুটিঙত ভাগ লৈ থকা শিশু শিল্পীসকলৰ মাজৰ এজনী নাবালিকাক জোৰ কৰি চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইয়াকে লৈ বিভিন্ন মাধ্যম আৰু বিভিন্ন স্তৰত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। ইয়াৰ মাজতে পাপনৰ আচৰণ যৌন উৎপীড়নৰ সম পৰ্য্যায়ৰ বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ৰুণা ভূঞাই The Protection of Children from Sexual Offences Act ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd