• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষী বিভাগৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 7:35 pm
আৰক্ষী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষী বিভাগৰ কনিষ্ঠ সহায়ক পদৰ বাবে হ’ব লগীয়া পৰীক্ষা সম্পৰ্কত ৰাজ্যখনৰ হাজাৰ হাজাৰ আৱেদনকাৰী বিভ্ৰান্তিৰ মাজত থকা বুলি জানিব পৰা গৈছে। বহুতে পৰীক্ষাৰ সূচী তথা এডমিট কাৰ্ডৰ অনুমোদন সম্পৰ্কতো অৱগত নহয়। এনেবোৰ কাৰণতে অসম আৰক্ষী বিভাগে কনিষ্ঠ সহায়ক পদৰ বাবে ১১ মাৰ্চত হ’ব লগীয়া পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

৫ মাৰ্চত ৰাজ্যখনৰ প্ৰায় ৪০ হাজাৰ আৱেদনকাৰীয়ে অৱশেষত দুবছৰৰ আগতে অৰ্থাৎ ২০১৬ চনতে আৱেদন কৰা  অসম আৰক্ষীৰ পদৰ বাবে হ’ব লগীয়া পৰীক্ষাত বহিবলৈ সমৰ্থ হ’ব বুলি অৱগত হোৱাত আশ্চৰ্যান্বিত হৈ পৰে।

Apply Now

মন কৰিব লগীয়া যে যি সকল আৱেদনকাৰীয়ে উক্ত পৰীক্ষাত বহিব পৰাকৈ এডমিট কাৰ্ড লাভ কৰিছিল তাৰে প্ৰায় হাজাৰোধিক আৱেদনকাৰীয়ে আসম আৰক্ষী বিভাগৰ কোনটো পদৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড লাভ কৰিছে বা তেওঁলোকে অসম আৰক্ষী বিভাগৰ কি পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে জ্ঞাত নহয়।

Notice

এজন আৱেদনকাৰীয়ে জনোৱা মতে অসম আৰক্ষী বিভাগৰ উক্ত পদৰ বিষয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰি মাহত বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু প্ৰায় ৪০ হাজাৰ আৱেদনকাৰীয়ে উক্ত পদৰ বাবে আৱেদন কৰিছিল। তাৰোপৰি আৱেদনকাৰী সকলে আৱেদন কৰাৰ প্ৰায় ১ বছৰ পাৰ হৈ যোৱাৰ পিছতো এই সম্পৰ্কত কোনো ধৰণৰ খা-খবৰ বিভাগৰ ফালৰ পৰা লাভ কৰা নাছিল বা কোনো ধৰণৰ এডমিট কাৰ্ডো লাভ কৰা নাছিল।

ইফালে একাংশ আৱেদনকাৰীয়ে বৰ্তমান অন্য চাকিৰত যোগদান কৰাৰ পিছত উক্ত কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰাত তেওঁলোক বিভ্ৰান্তিত পৰে।

আনহাতে অন্য এজন আৱেদনকাৰীয়ে জনোৱা মতে তেওঁলোকে কনিষ্ঠ সহায়ক পদৰ বাবে হ’ব লগীয়া পৰীক্ষাৰ এডমিট কাৰ্ড ৫ মাৰ্চত লাভ কৰি কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা ১১ মাৰ্চত অনুষ্ঠিত হ’ব বুলি অৱগত হোৱাত আশ্চৰ্যান্বিত হৈ পৰে।

লগতে আৱেদনকাৰী জনে কয় যে ৫ মাৰ্চত এডমিট কাৰ্ড লাভ কৰাৰ পিছত ইমান কম সময়ৰ ভিতৰত উক্ত পৰীক্ষালৈ সাজু হোৱাতো সম্ভৱ নহয়। আনহাতে যিসকলে উক্ত পদৰ বাবে ২০১৬ চনত আৱেদন জনাইছিল তেওঁলোকৰ একাংশ বৰ্তমান পৃথক পৃথক ঠাইত বাস কৰে গতিকে তেওঁলোকৰ বাবে ইমান কম সময়ৰ ভিতৰত নিৰ্দিষ্ট দিনত আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাতো সম্ভৱ নহয়।

ইফালে আৱেদনকাৰী সকলৰ এনেধৰণৰ বিভিন্ন সমস্যাৰ বাবে অসম আৰক্ষী বিভগে ১১ মাৰ্চত হ’ব লগীয়া পৰীক্ষা স্থগিত ৰখাৰ লগতে পৰৱৰ্তী পৰীক্ষাৰ দিন অতি শীঘ্ৰে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd