• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পিষ্টলসহ এন ডি এফ বিৰ দুই সদস্য আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 10:53 pm
NDFB cadre arrested at Bokajan
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী আৰু সেনাবাহিনীৰ এক যুটীয়া অভিযানত শুকুৰবাৰে নিশা বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পিষ্টলসহ এন ডি এফ বিৰ এজন কেডাৰ আৰু এজন লিংকমেনক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে, লাহৰিজানৰ শিৱম ৰাইচ হোটেলত আটক কৰা এন ডি এফ বি কেডাৰ গৰাকীক ডিলাইৰ হিতেশ্বৰ তুলচীয়াৰী বড়ো গাঁৱৰ প্ৰয়াত নবল স্বৰ্গীয়াৰীৰ পুত্ৰ দীপক স্বৰ্গয়াৰী (৩০) আৰু লিংকমেনজনক হোজাইৰ লনকান বৰ্মণ গাঁৱৰ প্ৰয়াত কিটানত চন্দ্ৰ ঘোষৰ পুত্ৰ সুমিত ঘোষ (২৮) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

দুয়োজনৰ পৰা অভিযানকাৰী দলটোৱে ৰাছিয়াত নিৰ্মিত এটা .২২ পিষ্টল, ৭ ৰাউণ্ড সক্ৰিয় গুলী আৰু ডিফুৰ নিবাসী ৰঞ্জিত ঠাকুৰৰ নামত এন ডি এফ বি (স)ৰ ধনদাবী পত্ৰ উদ্ধাৰ কৰে। আৰক্ষীৰ জেৰাত দীপক স্বৰ্গীয়াৰীয়ে বৰলাংফেৰৰ প্ৰদীপ ৰাভাই তেওঁক ধনদাবী পত্ৰসমূহ যোগান ধৰিছিল বুলি স্বীকাৰ কৰে৷

আনহাতে ডিলাই আৰক্ষী আৰু সেনাৰ এটি দলে ডিলাইত থকা স্বৰ্গীয়াৰীৰ বাসগৃহত অভিযান চলাই কোনো নাম লিপিবদ্ধ নথকা এন ডি এফ বি (স)ৰ এখন ২০ লাখ টকীয়া ধনদাবী পত্ৰ আৰু সংগঠনটোৰ ৩ খন উকা ধনদাবী পত্ৰ উদ্ধাৰ কৰে।

তদুপৰি বৰলাংফেৰ আৰক্ষী আৰু সেনাৰ আন এটি দলে বৰলাংফেৰৰ প্ৰদীপ ৰাভাৰ ঘৰত অভিযান চলাবলৈ গৈছিল যদিও ঘৰত কোনো লোক নথকাত অভিযানকাৰী দলটোৱে কাকো আটক কৰিবলৈ সক্ষম নহল বুলি জানিব পৰা গৈছে।

খটখটি আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনা সম্পৰ্কত ইতিমধ্যে ধৃত দীপক স্বৰ্গীয়াৰী আৰু সুমিত ঘোষৰ বিৰুদ্ধে খটখটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd