• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত নাই ‘কোনো হিন্দু বাংলাদেশী’, নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত ‘অসম নাগৰিক মঞ্চ’

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 24, 2018 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰায় সকলো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক বিৰোধিতা কৰা আৰু এন আৰ চিক লৈ একমত পোষণ কৰাৰ পৰতে ‘অসম নাগৰিক মঞ্চ’ নামৰ এটা সংগঠনে হোজাইত সমগ্ৰ বিষয়টোক লৈ বিপৰীত মন্তব্য প্ৰকাশ কৰিছে।

‘অসমত বৰ্তমান কোনো হিন্দু-বাংলাদেশী শৰণাৰ্থী নাই’ আৰু ‘আমি প্ৰকৃত ভাৰতীয় নাগৰিক। এন আৰ চি উন্নীতকৰণৰ নামত আমাৰ নাগৰিকত্ব কাঢ়ি নিয়া হৈছে’ বুলি সংগঠনটোৱে কৰা দাবীৰ যোগেদি মঞ্চটোৱে ৰাজ্যৰ হিন্দু বাঙালীৰ প্ৰতিনিধিত্ব দাবী কৰে বুলি বুজা গৈছে।

Apply Now

‘নাগৰিকত্ব সংশোধন বিধেয়ক কাৰ্য্যকৰী কৰিলে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয়’ বুলি সংগঠনটোৱে যোৱা ১৭ এপ্ৰিলত নাগৰিকত্ব সংশোধন বিধেয়কক লৈ দিল্লীত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত মত প্ৰকাশ বুলি যোৱা ২২ এপ্ৰিলত হোজাইত সংবাদমেলযোগে সদৰী কৰিছে।

‘নাগৰিকত্ব সংশোধন বিধেয়ক গৃহীত কৰিলে অসমত কোনো প্ৰভাৱ নপৰে, কাৰণ ৰাজ্যত কোনো হিন্দু বাংলাদেশী শৰণাৰ্থী নাই’ বুলি দাবী কৰি মঞ্চৰ সাধাৰণ সম্পাদক বিজয় চক্ৰবৰ্তীয়ে কয় ‘অ’ড়িছা আৰু ঝাৰখণ্ডহে এই বিধেয়কখনৰ জৰিয়তে উপকৃত হ’ব, কাৰণ তাৰ হিন্দু বাংলাদেশীসকলে নাগৰিকত্ব পাব, কাৰণ তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰ এতিয়ালৈকে দিয়া হোৱা নাই।’

আনহাতে ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবেও সংগঠনটোৱে দাবী জনাইছে।

২০১৪ চনৰ ভোটাৰ তালিকাক সাংবিধানিক সুৰক্ষা দি নাগৰিকত্ব সংশোধন বিধেয়কত এক ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগে বুলি সংগঠনটোৱে সংসদীয় সমিতিক স্মাৰক পত্ৰযোগে দাবী জনোৱা বুলি সংবাদমেলত কোৱা হৈছে। মঞ্চই কয় যে যিহেতু ১৯৬৬ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত ২০১৪ চনৰ ভোটাৰ তালিকা উন্নীত কৰা হৈছিল, গতিকে ২০১৪ চনৰ তালিকাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা উচিত।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰী ২৪,৫১,১৮৮ গৰাকী হোৱাৰ বিপৰীতে বাঙালী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰী ৪৩৬,১৮৬ গৰাকী বুলি অসম চৰকাৰে দিয়া তথ্য প্ৰদৰ্শন কৰি সংগঠনটোৱে দাবী কৰে যে ‘অসম সম্পূৰ্ণৰূপে সুৰক্ষিত’।

মঞ্চৰ কোষাধ্যক্ষ অমৰ চান্দ দে’ আৰু সদস্য মিমু সাহা, ৰিষিকেশ ৰয় আৰু চুদন ৰয়ো সংবাদমেলখনত উপস্থিত আছিল।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd