• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ নাগৰিক পঞ্জীৰ পৰা ৪০ লাখক প্ৰত্যাহাৰৰ বিশ্বজুৰি বিৰোধিতা কৰা হৈছে : আৱাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2018 3:34 pm
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আৱাজ’ নামৰ বিশ্বজুৰি প্ৰচাৰ অভিযান নেটৱৰ্ক  সংস্থাটোৱে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ৪০ লাখ লোকৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে বিশ্বজুৰি ৮০০,০০০ লোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সংস্থাটোৱে আশংকা কৰা মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা এই ৪০ লাখ লোক ৰাষ্ট্ৰহীন লোকক পৰিণত হ’ব।

মাত্ৰ ৭ মাহ পূৰ্বে প্ৰকাশিত  স্বৰ্তসাপেক্ষ তালিকাখনত অন্তৰ্ভুক্ত নোহোৱা ১৩০ লাখ নাগৰিকৰ মাজৰ পৰা এই ৪০ লাখ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।

Apply Now

বিবৃতিটোত আৰু কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰৰ দ্বাৰা নিয়োজিত বিশেষ প্ৰতিৱেদক আৰু বিশেষজ্ঞসকলৰ আশংকাৰ সুৰতে সুৰ মিলাই আৱাজে চলোৱা বিশ্বজুৰি কৰা প্ৰচাৰ অভিযানে সদ্য প্ৰকাশিত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক  আন্তৰ্জাতিক ক্ষেত্ৰত ব্যাপক সমালোচনাৰ সন্মুখীন কৰাইছে।।

আৱাজৰ কাৰ্যবাহী সঞ্চালক ৰিকেন পেটেলে কাছে, ‘‘লাখ লাখ লোকক ৰাষ্ট্ৰহাৰা কৰা,  অনিৰ্দিষ্টকালীন ডিটেনশ্যন, হিংসাৰ চিকাৰ কৰিব পৰা ভয়লগাকৈ আগবঢ়া প্ৰক্ৰিয়াটোৰ বিপক্ষে  আন্তৰ্জাতি সম্প্ৰদায়ে যুঁজ কৰি আছে।

অসমৰ নাগৰিকত্বৰ তালিকাৰ পৰা বাদ পৰা, বিশেষকৈ বালাদেশী মুছলমানসকল বাদ পৰাটো ১৯৮২ চনত ম্যানমাৰৰ দ্বাৰা ৰহিঙীয়াসকলৰ অধিকাৰ আৰু সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ সামন্তৰাল।

এইবাবেই গণহত্যা বিশেষজ্ঞ আৰু ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে নিয়োজিত ভালেমান প্ৰতিৱেদকসকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিপদ সম্পৰ্কে সতৰ্ক কৰি কৰি দিছে।

উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পৰা ১৩০ লাখ লোক বাদ পৰি যোৱাৰ কেইদিন মান পাছত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে ঘোষিত হোৱা বিদেশীসকলক মৌলিক আৰু ভোটাধিকাৰকে ধৰি সকলো প্ৰকাৰৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব।

বিবৃতিটোত আৰু কোৱা হৈছে যে তালিকাত অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে আইনী সাহায্যৰ আশ্বাস থাকিলেও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু অভিযোগৰ সময়সীমাত বহুতো সমস্যা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd