• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলত সেনাৰ ওপৰত এন এছ চি এন (আই এম)ৰ ভয়ংকৰ আক্ৰমণ; এজন জোৱান নিহত, তিনিজন গুৰুতৰভাৱে আহত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 9, 2018 3:44 pm
ARMY_NSCN

উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সশস্ত্ৰ বিদ্ৰোহী এন এছ চি এন (আই এম)-এ ভাৰতীয় সেনাৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ চলায়৷ এই আক্ৰমণত এজন সেনা জোৱান থিতাতে নিহত হোৱাৰ উপৰি আন তিনিজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে।

অৰুণাচলৰ লংডিং জিলাৰ সদৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ আঁতৰৰ য়ানু বস্তিত নাগা বিদ্ৰোহী সংগঠনটোৰ এটা দল আৰু সেনাৰ ১৯নং শিখ ৰেজিমেণ্টৰ মাজত এই ভয়ংকৰ সংঘৰ্ষটো হয়।

Apply Now

সংঘৰ্ষত নিহত জোৱানজন সেনাৰ লেন্স নায়ক সুখচেইন সিং বুলি জানিব পৰা গৈছে৷ আনহাতে গুৰুতৰভাৱে আহত সেনা জোৱান তিনিজন ক্ৰমে যশবীৰ সিং, লেন্স নায়ক হৰ্দীপ সিং আৰু নায়ক চুবেদাৰ যশবিন্দৰ সিং৷ ইয়াৰে যশবীৰ সিঙক সেনা চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি কৰিছে বুলি এটা সূত্ৰত প্ৰকাশ৷

উল্লেখ্য যে এদিন পূৰ্বে লংডিঙৰ মুক্তৱা নামৰ অঞ্চলত এন এছ চি এন (আই এম)ৰ এটা বৃহৎ দলে বাহৰ পতাৰ তথ্য গোপন সূত্ৰে লাভ কৰি উক্ত দিনা পুৱাৰে পৰা ১৬নং অসম ৰাইফলছে অভিযান চলাইছিল৷ অভিযানকালত দুয়োপক্ষৰ মাজত তুমূল সংৰ্ঘষৰ সৃষ্টি হয়৷ এই সংঘৰ্ষত ৩জন উগ্ৰপন্থী নিহত হোৱা বুলি সেনাই দাবী কৰিছিল। নিহতকেইজনৰ ভিতৰত এজন আছিল এন এছ চি এন (আই এম)ৰ কেপ্টেন এ তাংখোল। সেনাই নিহত বিদ্ৰোহীকেইজনৰ পৰা বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল।

ইয়াৰ পাছৰে পৰা এন এছ চি এন (আই এম) অধিক আক্ৰমণাত্মক হৈ পৰিছিল আৰু আজি বিদ্ৰোহী গোটটোৱে এই আক্ৰমণ চলায়।

ইপিনে আজিৰ আক্ৰমণৰ পাছতে সেনাৰ এটা বৃহৎ দলে ঘটনা সংঘটিত হোৱা সমগ্ৰ অঞ্চল জুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে৷ দিনজান সেনা ছাউনীৰ পৰাও এটা বৃহৎ সেনা দল ইতিমধ্য ঘটনাস্থলীলৈ ৰাওনা হৈছে৷ সমগ্ৰ লংডিং জিলাত এই পৰ্য্যন্ত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd