• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি পুৱা ৯.৪৫ বজাৰ পৰাই উপলব্ধ হ’ব এন আৰ চিৰ চূড়ান্ত খচৰাৰ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2018 12:49 am
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি ৩০ জুলাইত ইয়াৰ দ্বিতীয় তথা চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ আগ বঢ়িছে ৰাজ্য প্ৰশাসন।। এই খচৰা ৪টা ৱেবছাইটযোগে আৰু এন আৰ চি সেৱা কেন্দ্ৰত পোনপটীয়াকৈ ল’ব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জনাইছে যে পূৰ্বে নিৰ্ধাৰিত সময় দুপৰীয়া ১২ বজাৰ (৩০ জুলাই) পৰিৱৰ্তে পুৱা ৯.৪৫ বজাতে চূড়ান্ত খচৰা এন আৰ চিৰ তথ্য উপলব্ধ হ’ব।

Apply Now

এন আৰ চিৰ তথ্য চাব পৰা ৪টা ৱেবছাইট হ’ল-
www.nrcassam.nic.in
www.assam.mygov.in
www.assam.gov.in
www.homeandpolitical.ass

 

এন আৰ চি ৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৰাজ্য প্ৰশাসনে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও নিৰাপত্তা বাহিনীৰ বহুকেইটা অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে ৰাজ্যলৈ।

আনহাতে স্পৰ্শকাতৰতাৰ ভিত্তিত ধুবুৰী, বৰপেটা, দৰং, ওদালগুৰি, গোলাঘাট, ডিমা হাচাও আৰু কৰিমগঞ্জ এই ৭খন জিলাৰ প্ৰশাসনে সেই জিলাবোৰত ১৪৪ ধাৰা জাৰি কৰিছে।

গুৱাহাটী মহানগৰ আৰক্ষীয়েও মহানগৰীৰ ২২টা স্পৰ্শকাতৰ এলেকা চিনাক্ত কৰি সেইবোৰত চোকা নজৰ ৰখা বুলি জানিবলৈ দিছে।

ইফালে মানুহৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰিবলৈ দেশৰ গৃহ মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰিছে কিছুমান বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি-

১। এন আৰ চিৰ খচৰাত নাম নথকা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

২। নাম নথকা সকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে ।

৩। অসমেই নহয় চুবুৰীয়া ৰাজ্যসমূহেও অৱলম্বন কৰিব লাগিব এই নীতি।

৪। সকলোকে ন্যায় প্ৰদান কৰাৰ লগতে মানৱীয় দৃষ্টিৰে চাব লাগিব।

৫। সকলোকে প্ৰদান কৰিব লাগিব আইনৰ দ্বাৰা আদালতত গোচৰ নিষ্পত্তি কৰি স্বদেশী বুলি প্ৰমাণ কৰাৰ বাবে সুবিধা।

৬। এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছতে অভিযোগ নিষ্পত্তি কৰাৰ বাবে গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা।

৭। ৩০ জুলাইৰ পৰা সকলো অভিযোগ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।

৮। অভিযোগ দাখিল কৰাৰ বাবে নিৰ্দিষ্ট কক্ষ থাকিব আৰু তাত এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিব পাৰিব।

৯। আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হ’ব পৰা কাৰ্য্য ৰোধৰ বাবে অসমৰ আৰক্ষী, অসামৰিক প্ৰশাসন আৰু এন আৰ চি কৰ্তৃপক্ষই গঠন কৰিব লাগিব বিশেষ সমিতি।

১০। প্ৰতিখন জিলাত অভিযোগ গ্ৰহণ আৰু নিষ্পত্তি কৰাৰ বাবে থাকিব বিশেষ নিয়ন্ত্ৰণ কক্ষ।

এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে, অহা ৩০ জুলাইত প্ৰকাশ হোৱা খচৰাৰ পৰা নাম বাদ পৰা লোকসকলে ৭ আগষ্টলৈকে সেৱাকেন্দ্ৰসমূহত এখন বিশেষ প্ৰ-পত্ৰ জমা দি খচৰাৰ পৰা নাম বাদ পৰাৰ কাৰণ জানিব পাৰিব|

৮ আগষ্ট তাৰিখৰ পৰা পুনৰ এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰ- পত্ৰ প্ৰদান কৰা হ’ব| ২৮ ছেপ্তম্বৰলৈকে জমা লোৱা হ’ব এই প্ৰ-পত্ৰ।

উল্লেখযোগ্য যে প্ৰথমখন খচৰা প্ৰকাশ পাইছিল যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ৩১ তাৰিখৰ মাজ নিশা। এইবাৰ এন আৰ চি কৰ্তৃপক্ষই মাজ নিশাৰ পৰিৱৰ্তে পুৱাৰ ভাগতে এই তথ্য দিয়াৰ বাবে আগ বাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd