• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধাৰ কাৰ্ড লাভ কৰা অবৈধ প্ৰব্ৰজনকাৰীৰ সৱিশেষ জনাবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰৰ আহ্বান

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
April 13, 2018 10:15 am
aadhar-1-678x381
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমান্তৰ সিপাৰৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰাৰ বাতৰিৰ পিছত বিষয়টো সম্পৰ্কত গভীৰ চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

অবৈধ প্ৰব্ৰজনকাৰীক আধাৰ কাৰ্ড প্ৰদান কৰা কাৰ্যই য়ুনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ (য়ু আই ডি এ আই) শীৰ্ষ বিষয়াৰ চকু কপালত তুলিব পাৰে কিয়নো নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগত বিভাগটো ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰিছে।

Apply Now

‘’ উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ য়ুআইডিএআইৰ পৰা ভুলবশত আধাৰ কাৰ্ড লাভ কৰা অবৈধ নাগৰিকৰ তথ্য পাতি জনাবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া হৈছে,’’- কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। অলপতে সংসদত ৰিজিজুৱে বিষয়টো উত্থাপন কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে আৰু আইন বলবৎকাৰী আৰু চোৰাংচোৱা সংস্থাসমূহৰ সহায়ক হোৱাকৈ অবৈধ নাগৰিকসকলৰ তথ্য পাতি দাঙি ধৰিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকক চিনাক্ত কৰি উলিওৱাৰ লগতে তেওঁলোকৰ হাতত পৰা সকলো ধৰণৰ ভুৱা ভাৰতীয় নাগৰিকৰ নথি পত্ৰ বাতিল কৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক বিতাড়ন কৰিব পৰা যায়।

‘’বাংলাদেশ, ম্যানমাৰ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা অবৈধ নাগৰিকৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে,’’-ৰিজিজুৱে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীসমূহক সষ্টম কৰি ৰখাৰ লগতে সীমান্ত অঞ্চলসমূহত নিৰন্তৰ তহল অব্যাহত ৰখাৰ জৰিয়তে নিৰীক্ষণ ব্যৱস্থা, সীমান্ত নিৰীক্ষণ চকী স্থাপন আৰু চোৰাংচোৱা ভিত্তিক বিশেষ অভিযান গভীৰ কৰি তোলা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে সীমান্ত অতিক্ৰম কৰি সংঘটিত কৰা অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত চকীৰ শক্তি-সামৰ্থ্যৰ নিয়মিত পৰ্যালোচনা কৰা হ’ব আৰু কৰ্মশক্তি নিয়োগ কৰি তাক শক্তিশালী কৰি তোলা হ’ব। ইয়াৰ লগতে নিৰীক্ষণৰ বিশেষ সা-সঁজুলি আৰু আন আন্ত:গাঁথনিমূলক সাহায্যও আগবঢ়োৱা হ’ব।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd