• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপেল খেতিৰে সফলতাৰ কাহিনী লিখিছে নাগালেণ্ডৰ কৃষকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 1:26 pm
Dorsett-Apple-Tree-450w-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমাপুৰৰ প্ৰগতিশীল কৃষক তথা উদ্যান শস্য বিশেষজ্ঞ মেজৰ হৰবংশ কে শৰ্মাই (অৱসৰপ্ৰাপ্ত) তেওঁৰ কৃষি পামত ২০০তকৈয়ো অধিক আপেল গছৰ পুলি ৰোপন কৰিছে।

বিশ্বৰ আটাইতকৈ অধিক উৎপাদিত ফল আপেল ভাৰতত প্ৰধানকৈ উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পাহাৰাঞ্চলৰ দৰে শীতল জলবায়ুৰ স্থানত উৎপাদন হয়।

Apply Now

কিন্তু সেয়া অতীত হ’বলৈ আগবাঢ়িছে। এতিয়া নতুন প্ৰজাতিৰ এবিধ আপেল নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পাহাৰতলীৰ দৰে গৰম জলবায়ুতো উৎপাদন হ’ব।

কেইবা বছৰৰো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ পিছত মেজৰ হৰবংশ কে শৰ্মাই হিমাচল প্ৰদেশৰ পৰা আনি ২০১০ চনত কেইটামান আপেলৰ পুলি ৰোপন কৰিছিল। দুবছৰ পিছত কিছুমান গছত আপেলৰ ফল লাগিবলৈ ধৰে।

শৰ্মাই এখন নাৰ্ছাৰী স্থাপন কৰিছে য’ৰ পৰা মানুহে আন্না আৰু ড’ৰছেট নামৰ নতুন প্ৰজাতিৰ আপেলৰ পুলি ক্ৰয় কৰিব পাৰে। পৰম্পৰাগত প্ৰজাতিৰ তুলনাত এই প্ৰজাতিক গজি উঠিবলৈ কম সময়ৰ প্ৰয়োজন হয়।

পৰম্পৰাগত প্ৰজাতি গ্ৰীষ্ম অঞ্চলৰ বাবে উপযোগী নহয় কিন্তু আন্না আৰু ড’ৰছেট গ্ৰীষ্ম অল্চলৰ বাবেও উপযোগী।

শৰ্মাৰ মতে আপেলৰ এই নতুন প্ৰজাতিৰ একক বৈশিষ্ট্যটো হৈছে যে ই জুনৰ প্ৰায়  ১০ তাৰিখ মানত আমবোৰ পকিবলৈ আৰম্ভ কৰাৰ সময়তে পকিবলৈ আৰম্ভ কৰে আৰু অতি উচ্চ দৰত বিক্ৰী হয়। কিয়নো এই সময়ছোৱাত আন প্ৰজাতিৰ আপেল সুলভ নহয়। ইয়াৰ লগতে এই বিশেষ আপেল বিধ ৰসাল হোৱাৰ বাবে ৰস , সুৰা আদি প্ৰস্তুত কৰাৰ বাবে উপযোগী।

তেওঁ পামখন আৰম্ভ কৰাৰ পৰা বিগত ৭-৮ বছৰৰ সময়ছোৱাত উদ্যান শস্য বিশেষজ্ঞৰ বহুতো বিশেষজ্ঞ, ফলৰ খেতিয়ক আৰু বিভাগীয় বিষয়াই এই আপেল বাগানখন পৰিদৰ্শন কৰিছে।

শৰ্মাই লগতে আম, নেমু, লিচু, কমলা, মধুৰী আম, প্লামকে ধৰি বিভিন্ন ফলৰ পুলি আপডাল কৰে আৰু সেইবোৰ বিক্ৰী কৰে।

যিসকলে এই পুলিবোৰ পৰিদৰ্শন কৰিবলৈ বা ক্ৰয় কৰিবলৈ আগ্ৰহী তেওঁলোকে অসমৰ কাৰ্বি আংলঙৰ খটখটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ইতিবেন নাৰ্ছাৰীলৈ আহিব পাৰে। ফেচবুকতো আপুনি সেয়া বিচাৰি পাব পাৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd