• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ অজ্ঞাতে আপোনাৰ সন্তানে উপভোগ কৰিছে নেকি নীলা ছবি? : কিশোৰ-কিশোৰীৰ মাজত বাঢ়িছে প্ৰৱণতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2023 2:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কিছু বছৰৰ পৰা কিশোৰ–কিশোৰীৰ মাজত বাঢ়ি আহিছে পৰ্ণ বা নীলা ছবি চোৱাৰ প্ৰৱণতা। ১৪ৰ পৰা ১৮ বছৰীয়া ল’ৰা–ছোৱালীৰ মাজত বৃদ্ধি পাইছে নীলা ছবি চোৱাৰ প্ৰৱণতা। শেহতীয়াকৈ ইংলেণ্ডৰ স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ ওপৰত কৰা এক সমীক্ষাত এনে তথ্য পোহৰলৈ আহিছে। সমীক্ষা অনুসৰি নাবালকৰ মাজত যে কেৱল নীলা ছবি চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িছে নহয়, নীলা ছবি উপভোগ কৰাটো তেওঁলোকৰ নিচালৈ পৰিণত হৈছে।

লগতে পঢ়কঃ মায়ে দিয়া যৌনশিক্ষাৰ কিতাপ লৈ আইনাৰ আগত নিজৰ শৰীৰৰ অংগ চিনিছিলোঁ

Apply Now

সমীক্ষা কৰা গৱেষক সকলে লক্ষ্য কৰিছে যে কিশোৰ–কিশোৰীসকলৰ মাজত যৌন পৰীক্ষা–নিৰীক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। ফলত তেওঁলোকে অজানিতে নিজৰ শাৰীৰৰ ক্ষতি কৰিছে। একাংশ বিদ্যালয়ৰ অধ্যক্ষৰ মতে, হিংসাত্মক যৌন ভিডিঅ’ৰ সংস্পৰ্শলৈ অহাৰ ফলত যৌন নিৰ্যাতনৰ আশংকাও বৃদ্ধি পাইছে, যিটো অতিশয় চিন্তাৰ বিষয়। 

লগতে পঢ়কঃ মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে নিয়মীয়া যৌনশিক্ষাৰ ব্যৱস্থা: এখন বিদ্যালয়ে দেখুৱাইছে নিদৰ্শন

‘ডিগনিফাই‘ হৈছে যৌন হিংসাত আক্ৰান্ত যুৱক–যুৱতীসকলৰ সৈতে কাম কৰা স্বেচ্ছাসেৱী সংগঠন। তেওঁলোকে ১৪ৰ পৰা ১৮ বছৰ বয়সৰ ৪০০০ ছাত্ৰ–ছাত্ৰীৰ ওপৰত এই সমীক্ষা চলাইছিল। সমীক্ষাৰ তথ্য অনুসৰি এই কিশোৰ–কিশোৰীসকলৰ ২২ শতাংশই পৰ্ণ চোৱা বুলি স্বীকাৰ কৰিছে। সমীক্ষাৰ মতে প্ৰতি পাঁচগৰাকী ছাত্ৰ–ছাত্ৰীৰ ভিতৰত এগৰাকীয়ে মাজে মাজে নীলা ছবি উপভোগ কৰে। প্ৰতি দহগৰাকী ছাত্ৰ–ছাত্ৰীৰ ভিতৰত এগৰাকী পৰ্ণ চোৱাত আসক্ত। লগতে প্ৰতি দহগৰাকী ছাত্ৰ–ছাত্ৰীৰ ভিতৰত এজনে যৌন ভিডিঅ’ চাই বিভিন্ন ধৰণৰ যৌন কাৰ্যত লিপ্ত হয়।

লগতে পঢ়কঃ পাৰ্টি ছীজনত কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ

সমীক্ষাটোত কিশোৰ–কিশোৰীসকলক প্ৰশ্ন কৰা হৈছিল, কিমান বয়সত তেওঁলোকে প্ৰথমবাৰৰ বাবে নীলা ছবি উপভোগ কৰিছিল? তেতিয়া এগৰাকী ছাত্ৰই উল্লেখ কৰিছিল যে যে তেওঁ ৩ বছৰ বয়সত প্ৰথম নীলা ছবিখন দেখিছিল। সমীক্ষাত পৰ্ণ চোৱা বুলি স্বীকাৰ কৰা বাকীসকলে গড়ে ১২ বছৰ বয়সত প্ৰথমখন নীলা ছবি উপভোগ কৰিছিল।

লগতে পঢ়কঃ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উন্নয়ন

‘ডিগনিফাই’ৰ কাৰ্যবাহী সঞ্চালক হেলেন ৰবাৰ্ট এই বিষয়ে অতিশয় চিন্তিত। নীলা ছবি চোৱাৰ ফলত সৰুৰে পৰা ছাত্ৰ–ছাত্ৰীৰ মাজত হিংসাত্মক আচৰণ বৃদ্ধি পাইছে বুলি তেওঁ ভাবে। হেলেনে কয়, “পৰ্ণ চোৱাৰ বিষয়ে আমাৰ সমীক্ষাৰ ফলাফল যথেষ্ট উদ্বেগজনক। তথাপি আমাৰ আংশকা আছে যে নিয়মিতভাৱে পৰ্ণ চোৱা বহু ছাত্ৰ–ছাত্ৰীয়েপৰ্ণ চোৱাৰ কথা স্বীকাৰ কৰা নাই। যদি আমাৰ আশংকা সঁচা হয় তেন্তে এই সংখ্যা আৰু বৃদ্ধি পাব।

লগতে পঢ়কঃ চিকিৎসকৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ শিশুক ঔষধ খুওৱাটো সমীচিন নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd