DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মায়ে দিয়া যৌনশিক্ষাৰ কিতাপ লৈ আইনাৰ আগত নিজৰ শৰীৰৰ অংগ চিনিছিলোঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2023 8:17 pm
203
VIEWS
Share on FacebookShare on Twitter

যৌন শিক্ষা বা জীৱনশৈলীৰ পাঠ সকলো কিশোৰ-কিশোৰীৰ বাবে গুৰুত্বপূৰ্ণ। অৱশ্যে এনে শিক্ষাৰ উপযোগী কিতাপ সকলোৱে নাপায়। বিষয়টো পাঠ্যক্ৰমতো এতিয়ালৈকে সহলভ্য হোৱা নাই।

আমিৰ খানৰ প্ৰথমা পত্নী ৰীনা দত্তই নিবিচাৰিছিল যে তেওঁৰ কন্যাৰ লগত এনেকুৱা হওক। গতিকে ইৰাই যৌন শিক্ষা বিষয়ক গ্ৰন্থ নিজেই তুলি দিছিল জীয়ৰী ইৰা খানৰ হাতত।  যাৰ বাবে মাকক এতিয়া কৃতজ্ঞতা প্ৰকাশ কৰিছে আমিৰ খানৰ কন্যা ইৰা খানে।

কিতাপখন পঢ়ি ইৰাই কি শিকিলে? তেওঁ নিজেই ক’লে সেই কথা। অলপতে ইৰাই ছ’চিয়েল মিডিয়াত লিখিছে, ‘মই ভাবো যে মই কেতিয়াও নিজকে সম্পূৰ্ণৰূপে দেখা নাই। কিশোৰ অৱস্থাত যেতিয়া মায়ে মোক যৌন শিক্ষাৰ কিতাপ এখন দিছিল, মই কিতাপখন পঢ়ি থাকোঁতে আইনাত নিজকে চাই আছিলোঁ। মই আচৰিত হৈছিলোঁ। সেইদিনা প্ৰথমবাৰৰ বাবে মন কৰিলোঁ যে মোৰ শৰীৰটো বহুত সলনি হৈছে।

লগতে ইৰাই কৈছে যে কৌতুহলী হোৱাটো ভাল। কৌতুহল অবিহনে কোনো অগ্ৰগতি নহয়। নিজকে তেনেকৈয়ে আৱিষ্কাৰ কৰিছিল ইৰাই।

ইৰা ছচিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে। বিভিন্ন সময়ত তেওঁৰ অনুৰাগীসকলৰ আগত তেওঁৰ অনুভৱসমূহ ব্যক্ত কৰে। ইৰাই সামাজিক মাধ্যমত কৈছে যে ১৪ বছৰ বয়সত ইৰা সন্মুখীন হৈছিল যৌন নিৰ্যাতনৰ। সেই ভয়ানক স্মৃতিৰ পৰা ওলাই আহিব পৰা নাছিল ইৰা। কিন্তু তাইৰ কাষত সাহস হৈ থিয় দিছিল পিতৃ আমিৰ আৰু মাতৃ ৰীনা। তেওঁলোকে ইৰাক পুনৰ সুস্থিৰ জীৱনলৈ ঘূৰাই আনিলে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd