• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমপাতি সমষ্টিৰ উপ-নিৰ্বাচন : সন্মান আৰু সংখ্যা- দুয়োফালৰ পৰাই গুৰুত্বপূৰ্ণ শাসক-বিৰোধীৰ বাবে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2018 8:54 pm
MukulSangma
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনাধিষ্ঠিত এন পি পি আৰু বিৰোধী কংগ্ৰেছে কেইবা ঠাইতো সৰ্বশক্তিৰে চলোৱা প্ৰচাৰৰ মাজেৰে আজি মেঘালয়ৰ আমপাতি সমষ্টিৰ উপ নিৰ্বাচনৰ অন্ত পৰিছে। উপ নিৰ্বাচনটোৰ বাবে চলা বিগত দিনবোৰৰ প্ৰচাৰ অভিযানত ৰাজ্যৰ দুয়োটা প্ৰধান দলেই তীব্ৰ বাক-যুদ্ধ আৰু অভিযোগ-প্ৰতিঅভিযোগত লিপ্ত হোৱা দেখা গ’ল। আনহাতে দুয়োটা দলৰ বিৰুদ্ধেই উঠিছে ভোটাৰক প্ৰলোভিত কৰাৰ বাবে টকাৰ ব্যৱহাৰ কৰাৰ।

অৱশ্য ৰাজ্যখন মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰে কোনো অপ্ৰীতিকৰ ঘটনাৰ অবিহনেই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

Apply Now

উল্লেখযোগ্য যে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছী নেতা মুকুল চাংমাই আমপাতি সমষ্টিটো এৰি দিয়াত ইয়াৰ বাবে উপ নিৰ্বাচন পাতিব লগীয়া হৈছে। অহা ২৮ মে’ত সমষ্টিটোৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ তিনিজন প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোক ক্ৰমে শাসনাধিষ্ঠিত মৰ্চাৰ বৃহত্তম দল এন পি পি ৰ ক্লেমেণ্ট জি মমিন, কংগ্ৰেছ দলৰ মিয়ানি ডি শ্বিৰা আৰু নিৰ্দলীয় প্ৰাৰ্থী শুভাংকৰ কোচ।

মিয়ানি ডি শ্বিৰা হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিৰোধী দলৰ নেতা মুকুল চাংমাৰ জীয়েক।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু কংগ্ৰেছৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলোৱা প্ৰচাৰত সৰ্বশক্তি প্ৰয়োগ কৰা দেখা গ’ল। দুয়োটা দলৰ আন আন বিধায়ক তথা নেতাসকলেও এই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিছিল।

আনহাতে মেঘালয়ত বিধায়কৰ সংখ্যাৰ কথাটোৱে এতিয়াও গুৰুত্বপূৰ্ণ অৱস্থান লৈ থকালৈ চাই এই উপ-নিৰ্বাচন দুয়োটা দলৰ বাবেই ডাঙৰ অংক হোৱাৰ লগতে সন্মানৰ প্ৰশ্নও হৈ পৰিছে। মন কৰিব লগীয়া যে এই সমষ্টিটো যোৱা প্ৰায় ২৫ বছৰ ধৰি কংগ্ৰেছৰ দখলত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd