• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলী যুবকৰ পৰা ধন কাঢ়ি নিয়া ড্ৰাইভাৰ-হেণ্ডিমেনক আটক দিচপুৰ আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2018 7:25 pm
Izrael_tourist_loot

ইজৰাইলী পৰ্য্যটকৰ পৰা মানিবেগ কাঢ়ি নিয়া ট্ৰেকাৰচালক বুমন শইকীয়া (১৮) আৰু হেণ্ডিমেন দীপাংকৰ শালৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশৰ পৰা অহা পৰ্য্যটকৰ পৰা টকা কাঢ়ি লৈ ৰাজ্যখনক লাজত পেলোৱা দুজন দুস্কৃতিকাৰীক আজি মহানগৰৰ দিচপুৰ আৰক্ষীয়ে আটক কৰে। লগতে ধৃত যুৱককেইজনৰ পৰা আৰক্ষীয়ে পৰ্য্যটকজনৰ টকাকেইটা উদ্ধাৰ কৰে।

দিচপুৰ আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱামতে, ইজৰাইলৰ পৰা মাজুলী ভ্ৰমণৰ বাবে অহা কোহেন নীৰ(২৭) নামৰ এজন যুবকৰ পৰা এখন ট্ৰেকাৰৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে ভাবুকি দি তেওঁৰ হাতত থকা টকা-পইচা  কাঢ়ি লৈছিল।

Apply Now
Izrael_tourist_loot_2
আৰক্ষীয়ে উদ্ধাৰ কৰা ইজৰাইলী যুৱকজনৰ মানিবেগটো আৰু টকা-পইচা, এ টি এম কাৰ্ড।

মাজুলীলৈ যাবলৈ কোহেনে যোৱা বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈ নুনমাটিৰ ৰিফেইনেৰিৰ সমীপৰ এজন বন্ধুৰ ঘৰত নিশাটো কটাইছিল। পিছদিনা অৰ্থাৎ শুকুৰবাৰে যুৱকজন নিশা ৮ বজাত মাজুলী অভিমুখে যাবলৈ নুনমাটিৰ পৰা এখন ট্ৰেকাৰেৰে খানাপাৰালৈ আহিছিল। কিন্তু এ এছ ০১ ই চি ৫৩৩৬ নম্বৰৰ ট্ৰেকাৰখনৰ ড্ৰাইভাৰ-হেণ্ডিমেনে খানাপাৰাত উপস্থিত হোৱাৰ সময়তে যুবকজনক ভাবুকি দি তেওঁৰ মানিবেগটো কাঢ়ি লৈ যায়। তেতিয়া নিশা প্ৰায় ৯ মান বাজিছিল। ফলত যুৱকজন সেইদিনা মাজুলীলৈ ৰাওনা হ’ব নোৱাৰিলে।

ইজৰাইলী যুৱকজনে ট্ৰেকাৰখনৰ নম্বৰটো মনত ৰাখি শনিবাৰে পুৱা দিচপুৰ আৰক্ষী থানাত গোচৰ দিয়ে। আৰক্ষীয়েও যুবকজনৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এটা গোচৰ (১১৫৪/১৮) ৰুজু কৰি তৎপৰতাৰে দুষ্কৃতিকাৰীক ধৰিবলৈ অভিযান চলায়।

যুবকজনে দিয়া গাডীৰ নম্বৰৰ সন্ধান উলিয়াই দিচপুৰ আৰক্ষীয়ে ট্ৰেকাৰখনৰ চালক বুমন শইকীয়া (১৮) আৰু হেণ্ডিমেন দীপাংকৰ শালৈক নাৰেংগীৰ দীপাংকৰৰ শহুৰেকৰ ঘৰৰ পৰা শনিবাৰে ৰাতিয়ে আটক কৰে।

লগতে যুৱকজনৰ মানিবেগটো উদ্ধাৰ কৰিবলৈও আৰক্ষী সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ মানিবেগত ১০০ য়ুৰ’ৰ দুখন নোট আৰু ১০০ য়ু এছ ডলাৰৰ দুখন নোটৰ লগতে ১৪০০০ ভাৰতীয় টকা আৰু তিনিখন এ টি এম কাৰ্ড আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd