• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

উত্তৰ পূব পৰিষদৰ পুঁজিৰে ছৰবেই লকচাওত বান্ধ নিৰ্মাণ কৰিব মণিপুৰে

সভাপতি চামম by সভাপতি চামম
March 6, 2018 6:12 pm
ManipurSchool_Hostel
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধৰণলৈ পানী যোগান ধৰা আৰু ঠাইখিনিক এটি পৰ্যটন স্থানৰ ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে মণিপুৰ চৰকাৰে ছৰবেই লকচাওত এটি বান্ধ নিৰ্মাণৰ আঁচনি হাতত লৈছে।

সোমবাৰে মণিপুৰৰ পূব ইম্ফল জিলাৰ মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী টি শ্যামকুমাৰ সিঙে এণ্ড্ৰো বিধানসভা সমষ্টিৰ অন্তৰ্গত কস্তুৰাবা গান্ধী বালিকা বিদ্যালয় আৰু অনুসূচিত জাতিৰ ছোৱালী হোষ্টেলৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত এই কথা সদৰী কৰিছে।

Apply Now

তেওঁৰ ভাষণত মন্ত্ৰীজনে ঘোষণা কৰে যে উত্তৰ-পূব পৰিষদৰ পুঁজিৰে মানুহক পানী যোগান ধৰিবৰ বাবে ছৰবেই লকচাওত এটা বান্ধ নিৰ্মাণ কৰা হ’ব। বান্ধটোৱে পৰ্য্যটনৰ সম্ভাৱনাও মুকলি কৰিব বুলি তেওঁ জনায়। লগতে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দিয়া ৩ কোটি টকাৰে পানম গাৰ্ডেনত এটা ফুলৰ খেতিৰ প্ৰকল্প লোৱা হৈছে আৰু কেন্দ্ৰৰে ৬ কোটি টকাৰে ছানথেই নেচাৰেল পাৰ্কত অন্যান্য কিছুমান দৰকাৰী প্ৰকল্প লোৱা হৈছে।

উল্লেখযোগ্য যে ৫ ফেব্ৰুৱাৰিৰ উদ্বোধনী অনুষ্ঠানটো ৰাজ্যখনত বিজেপি চৰকাৰৰ এবছৰ পূৰ হোৱা উপলক্ষে হাতত লোৱা ‘উদ্বোধনী পষেক’ (Inauguration Fortnight)ৰ অংশ আছিল। জানিব পৰামতে মণিপুৰত মুঠ ১১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু ৯খন আৱাসিক বিদ্যালয় আছে। শিক্ষা, শ্ৰম আৰু নিয়োগ মন্ত্ৰী টি ৰাধেশ্যাম আৰু বন আৰু পৰিৱেশ মন্ত্ৰী টি শ্যামকুমাৰ সিঙৰ লগতে এই বিদ্যায়ল আৰু আৱাস উদ্বোধনী অনুষ্ঠানটোত আন আন বিষয়াসকলেও অংশ গ্ৰহণ কৰিছিল।

সূত্ৰটোৱে জনোৱা মতে, যিবোৰ বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে শ্ৰেণী আছে, সেইবোৰৰ নিৰ্মাণ পুঁজি সৰ্ব শিক্ষা অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছে, য’ত নেকি আৱাস বিলাক ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত নিৰ্মাণ কৰা হৈছে।

অনুষ্ঠানটোত ভাষণ দি শিক্ষা মন্ত্ৰী ৰাধেশ্যামে কয় যে তেওঁ অলপতে শিক্ষা বিষয়ক কেন্দ্ৰীয় উপদেষ্টা বৈঠকত কেন্দ্ৰীয় চৰকাৰক এই বুলি স্মাৰক পত্ৰ দিছে যে আৱাসিক হাইস্কুলবোৰ দ্বাদশ শ্ৰেণী পৰ্য্যন্ত বৃদ্ধি কৰিব লাগে। তেওঁ লগতে কয় যে এনড্ৰো সমষ্টিৰ চৰকাৰী বিদ্যালয়বোৰৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰখনে গোটেই ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি বিশেষ মনোযোগ দিছে।

 

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd