• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৰাবাতৰি আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সষ্টম মাজুলী প্ৰশাসন : ৰাইজক আতংকিত নহ’বলৈ আহ্বান

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 10, 2018 9:34 pm
Majuli District administration
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলাই সমাজত আতংক বিয়পোৱা অপশক্তিৰ বিৰূদ্ধে মাজুলী জিলাতো অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ নিৰ্দেশত ইতিমধ্যে জিলা আৰক্ষীয়ে এনেধৰণৰ উৰাবাতৰি তথা অপপ্ৰচাৰত জড়িত লোকৰ ওপৰত নজৰ ৰখাৰ লগতে গাঁওৰক্ষী বাহিনী (ভি ডি পি) সমূহক সষ্টম কৰি দিছে।

Apply Now

তদুপৰি জিলা প্ৰশাসনৰ নিৰ্দেশত জিলাখনৰ প্ৰত্যেক থানা আৰু আৰক্ষী চকী এলেকাত এনেধৰণৰ উৰাবাতৰি, অন্ধ বিশ্বাসজনিত অপপ্ৰচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ বাবে স্থানীয় নাগৰিক সমিতিৰ সৈতে বৈঠকৰো আয়োজন কৰা হৈছে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে জনোৱা মতে গড়মূৰ, কমলাবাৰী সদৰ আৰু জেংৰাইমুখ থানাৰ লগতে নয়াবজাৰ আৰু বনগাঁও আৰক্ষী চকী স্তৰত গঠন কৰা নাগৰিক সমিতিৰ সহযোগত সোপাধৰা আদি বিষয়ক ভূৱা প্ৰচাৰ-উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ স্থানীয় ৰাইজক সচেষ্ট কৰা হৈছে।

একেদৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰজ্যোতি চৌধুৰীয়ে প্ৰকাশ কৰা মতে সমগ্ৰ জিলাখনতে এইধৰণৰ উৰাবাতৰি-ভূৱা প্ৰচাৰৰ বিৰুদ্ধে আৰক্ষীয়ে চোকা নজৰ ৰখাৰ উপৰি ভিতৰুৱা অঞ্চল সমূহতো আৰক্ষীৰ তহল বৃদ্ধি কৰা হৈছে।

আজি গড়মূৰ থানাত গাঁওৰক্ষী বাহিনীসমূহৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি সমাজত উৰাবাতৰিৰে আতংক বিয়পোৱাৰ যিকোনো অপচেষ্টাৰ প্ৰতি তীক্ষ্ন নজৰ ৰাখি তাৎক্ষণিক ভাৱে থানাত অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীবাসী ৰাইজক কোনোধৰণৰ অপপ্ৰচাৰ, উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ আহ্বান জনাইছে।

অসামাজিক চিন্তা-ধাৰাৰ কোনো লোকে সমাজত আতংক সৃষ্টিৰ বাবে চলোৱা যিকোনো অপচেষ্টা তথা অন্ধবিশ্বাস কেন্দ্ৰিক অযুক্তিকৰ কৰ্মকাণ্ড দৃষ্টিগোচৰ হোৱা মাত্ৰকে প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰিবলৈও জিলাবাসীক অনুৰোধ কৰিছে উপায়ুক্তই।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd