• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰী : ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ ১৯ গৰাকী ৰাজপত্ৰিত বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2018 8:51 pm
19-07-18 Guwahati- APSC scam accuse produce court

এপিএছচিৰ গোচৰত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৯ গৰাকী ৰাজপত্ৰিত বিষয়া। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কামৰূপ(মহানগৰ)ৰ  বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত বুধবাৰে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন বিষয়াকে ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বক্ৰ পথেৰে অসম লোকসেৱা আয়োগৰ অধীনত লোভনীয় চাকৰি ক্ৰয় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ১৯ বিষয়াক আজি ১৯ জুলাইত আৰক্ষীয়ে বিশেষ ন্যয়াধীশৰ আদালতত হাজিৰ কৰাইছিল।

অসম লোকসেৱা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ দিনত সংঘটিত হোৱা ভয়াৱহ নিযুক্তি কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতে কালি ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এ চি এচ, এ পি এচ, কৰ বিষয়া আৰু পৰিবহণ বিষয়া হিচাপে দায়িত্বত থকা ১৯ বিষয়াক।

Apply Now

গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে  (১) ঋতুৰাজ নেওগ, কৰ অধীক্ষক, (২) নিপন কুমাৰ পাঠক, কৰ পৰিদৰ্শক, (৩) গুলছন ডাইলাগপু, অসম আৰক্ষী সেৱা, (৪) পল্লবী শৰ্মা, অসম আৰক্ষী সেৱা, (৫) ভাৰ্গৱ ফুকন, অসম আৰক্ষী সেৱা, (৬) সুৰঞ্জিতা হাজৰিকা, ডি টি অ’, (৭) উৎপল ভূঞা, (৮) বৰ্ণালী দাস, (৯) সুশোভন দাস, (১০) ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, (১১) মঞ্জুৰ ইলাহী লস্কৰ, (১২) মুন মজুমদাৰ, (১৩) মুস্তাফা আহমেদ বৰভূঞা, (১৪) মঃ চাইবুৰ ৰহমান বৰভূঞা, (১৫) মনিকা তেৰনপী, (১৬) গণেশ চন্দ্ৰ দাস, (১৭) শ্ৰাৱন্তি সেন গুপ্তা, (১৮) দ্বীপশিখা ফুকন আৰু (১৯) লীনা কৃষ্ণ কাকতী।

ইপিনে বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়ৰী পল্লবী শৰ্মাকে ধৰি ৭ গৰাকী বিষয়াই আজি বিশেষ আদালতত জামিন আবেদন কৰিছিল যদিও আদালতে তেওঁলোকৰ আবেদন নাকচ কৰা বুলি অধিবক্তা বিজন মহাজনে জানিবলৈ দিয়ে। উল্লেখ্য যে, পল্লবী শৰ্মাই পিতৃৰ শাৰিৰিক অসুস্থতাৰ দোহাই দি আদালতত জামিন আবেদন কৰিছিল কিন্তু জামিনৰ বাবে প্ৰয়োজনীয় নথি আদলতত দাখিল কৰিব নোৱাৰা বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে বিষয়াসকলক অহা ৩০ জুলাইত পুনৰ আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, সেইদিনাই এ পি এচ চিৰ তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখা বিষয়টোক লৈও আদালতে শুনানি গ্ৰহণ কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd