• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বিসংগতি : চূড়ান্ত খচৰাত বাদ পৰিছে প্ৰায় ৭ লাখ হিন্দীভাষী লোকৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 7:37 am
এন আৰ চি
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত বসবাস কৰি থকা প্ৰায় ৭ লাখ হিন্দীভাষী লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে। এন আৰ চিৰ পৰা তেওঁলোকৰ নাম বাদ পৰাৰ এটা অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে এই লোকসকলৰ উপাধি তথা ভাষা বিভ্ৰাট। সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাস গুপ্তাই।

উল্লেখযোগ্য যে ভোজপুৰী পৰিষদৰ এটা প্ৰতিনিধি দলে সোমবাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰে। ভোজপুৰী পৰিষদে অসমত বসবাস কৰি থকা প্ৰকৃত ভাৰতীয়সকলৰ নাম অন্তৰ্ভুক্তিৰে তথা বিদেশীৰ নাম মুক্ত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰিছে বুলি গুপ্তাই জানিবলৈ দিয়ে।

Apply Now

গুপ্তাই জানিবলৈ দিয়া মতে বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা আহি অসমত নিগাজীকৈ থাকিবলৈ লোৱা প্ৰায় ৭ লাখ লোকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। তেওঁলোকে হিন্দী আৰু উৰ্দু ভাষাত ব্যৱহাৰ হোৱা নথি জমা দিয়াৰ বাবে এনে বিংসগতি হোৱাৰ অনুমান কৰা হৈছে।

এন আৰ চিৰ আবেদনৰ লগত হিন্দী আৰু উৰ্দুত লিখা নথি জমা দিয়াৰ পিছত সেইবোৰৰ নথি পৰীক্ষণৰ বাবে বিহাৰ, উত্তৰ প্ৰদেশ আদিলৈ পঠিওৱাৰ পিছত তাৰ উত্তৰসমূহো হিন্দী বা উৰ্দু ভাষাত আহিছে। কিন্তু ৰাজ্যখনত এন আৰ চি কেন্দ্ৰসমূহত কৰ্মৰত বেছিভাগ কৰ্মচাৰীয়ে হিন্দী বা উৰ্দু ভাষা নাজানে। ইয়াৰ বাবেই তেওঁলোকৰ নথিসমূহৰ বিপৰীতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ’ল বুলি গুপ্তাই জানিবলৈ দিয়ে।

তদুপৰি, উপাধিৰ বিসংগতিৰ বাবেও বহু লোকৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰিছে বুলি জানিবলৈ দিয়ে গুপ্তাই। আনহাতে, ভোজপুৰী বিবাহিত মহিলাসকলে বিয়াৰ পিছত তেওঁলোকৰ উপাধি সলনি কৰি দেবী উপাধি লিখে বুলি জানিব দি স্বামী-স্ত্ৰীৰ এনে বেলেগ উপাধি দেখিও বহু মহিলাৰ নাম খচৰাত অন্তৰ্ভুক্ত কৰা নহ’ল বুলি গুপ্তাই সদৰী কৰে।

সোমবাৰে হাজেলাক সাক্ষাৎ কৰি পৰিষদে এইসমূহ কথা ব্যক্ত কৰাৰ লগতে সেৱা কেন্দ্ৰসমূহত হিন্দী আৰু উৰ্দু ভাষা জনা কৰ্মচাৰী নিয়োগ কৰিবলৈ আহ্বান জনায়। হাজেলাই তেওঁলোকক এই বিষয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে এই বিষয়সমূহ লৈ পৰিষদৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰিব বুলি জানিব দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd