• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ সম্পূৰ্ণ খচৰা : নগাঁৱত অতি স্পৰ্শকাতৰ এলেকা ৭১ টা, সষ্টম ১৩ টা অতিৰিক্ত কোম্পানী

মিণ্টু দাস by মিণ্টু দাস
July 30, 2018 9:48 am
nagaon administration
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান মুহূৰ্ত বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে।

ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ প্ৰশাসনেও এই চেষ্টা অব্যাহত ৰাখিছে। সেয়ে দেওবাৰে নগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মেল যোগে এই কথা জানিবলৈ দিয়ে।

Apply Now

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশৰ কাম নগাঁও জিলাতো সম্পূৰ্ণ হৈছে। সোমবাৰে অৰ্থাৎ ৩০ জুলাইৰ ১০ বজাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। অসম চুক্তিৰ আধাৰত ২০১৫-১৮ চনলৈ তিনিবছৰ ধৰি তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু বিদেশী সমস্যা নোহোৱা কৰিবৰ বাবেই এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰা হৈছে।

আনহাতে, কোনো ধৰণৰ উৰাবাতৰিৰ চক্ৰান্তত পৰি যাতে কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবেও সমাজৰ সচেতনমহলক পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। ইয়াৰ উপৰি যিকোনো ধৰণৰ অপ্ৰীতিকৰ খবৰ বাতৰি পোৱাৰ লগে লগে প্ৰশাসনক অৱগত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মাজত যেন কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে আহ্বান জনোৱাৰ লগতে জিলা প্ৰশাসনৰ ০৩৬৭২-২৩০১২০ হেল্পলাইন নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনায়।

জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে, নগাওঁ জিলাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে আবেদন কৰা মুঠ পৰিয়াল ৪,১৪,১২৫ টা আৰু মুঠ সদস্য ২০,৬৪,২৬২ জন।নগাঁৱৰ অতি স্পৰ্শকাতৰ এলেকা ৭১ টা, স্পৰ্শকাতৰ ৩৮ টা আৰু সুৰক্ষিত এলেকা ৭৪টা।

জিলাখনৰ ভিতৰত চামগুৰি, ৰূপহীহাট, ধিং, ৰহা ৰাজহ চক্ৰ এলেকাত সৰ্বাধিক অতি স্পৰ্শকাতৰ এলেকা। ইয়াৰ উপৰি জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা। জিলাখনত নিৰাপত্তাৰ বাবে সষ্টম কৰি ৰখা হৈছে ১৩ টা অতিৰিক্ত কোম্পানী।

আনহাতে, জিলা উপায়ুক্তগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত দীঘলীআটি, আমতলা, বগলাজান, মণিপুৰ   টোপ, মাগুৰগাঁ‌ও, কমাৰগাঁ‌ও;  চামগুৰি ৰাজহ চক্ৰৰ মোৱামাৰী, কাঠপাৰা, বৰঘূলি, গেৰেকী, গটঙা, কাৱৈমাৰী, ৰূপহী, জিওমাৰী, ভূৰবন্ধা, লাওখোৱা, আমবাগান, শিঙিমাৰী; ৰূপহী ৰাজহ চক্ৰৰ জুৰীয়া, চতিয়ান, তিনিচুকীয়া, হাতীপাৰা, হাতীপুখুৰী, সুঁ‌তিৰপাৰ, গদাইমাৰীৰ লগতে কলিয়াবৰ ৰাজহ চক্ৰৰ লখনাবন্ধা, কুঠৰী, পূৱঠৰীয়া, বৰঘূলি অঞ্চলসমূহ অতি স্পৰ্শকাতৰ বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, সংবাদ মেলত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় লাচিত কুমাৰ দাস আৰু গৌৰিশংকৰ দাস উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd