• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমনৱেল্‌থ গেইমছ : কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হ’ল লাভলীনা বৰগোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 9:52 am
Lovlina-Borgohain-570x320

লাভলিনা বৰগোহাঁই : ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১শ কমনৱেল্‌থ গেইমছৰ বক্সিঙত আজি অসমৰ লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত সমানে সমানে যুঁজি দিও মূৰকত পৰাজিত হয়। তেওঁ ৬৯ কেজি শাখাত ইংলেণ্ডৰ ছেণ্ডি ৰিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। তিনিটা ৰাউণ্ডৰ প্ৰতিটোতে লাভলীনাই কঠিন যুঁজ চলাই গৈছিল। লাভলীনা আৰু ছেণ্ডিৰ পইণ্টৰ ব্যৱধান আছিল ১৪০-১৪৫.

আজিৰ খেলখনত জিকিব পৰা হ’লেই লাভলীনাই পদক পালেহেঁতেন যদিও খেলুৱৈগৰাকী সেই গৌৰৱৰ পৰা বঞ্চিত হ’ল। তেৱেঁ আছিল বৃহৎ প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত অসমৰ একমাত্ৰ বক্সিং খেলুৱৈ।

Apply Now

উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে হোৱা এখন খেলত দেশৰ জ্যেষ্ঠা তথা খ্যাতিমান বক্সাৰ মণিপুৰৰ মেৰী কমে স্কটলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি ছেমিত প্ৰৱেশ কৰিছে। মেৰী কমে ৪৫-৪৮ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আনহাতে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে ইতিপূৰ্বে স্বৰ্ণপদক জয় কৰিছে। লগতে মণিপুৰৰে চৰিতা দেৱীয়েও কালিৰ খেলত জয়ী হৈ বক্সিঙৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm
‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm
‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd