• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত থলুৱা শিপিনীয়ে বোৱা গামোচাৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰিলে বিধায়ক কেশৱ মহন্তই

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
April 11, 2018 6:58 am
Gamosa_Biponi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ ব্যৱসায়িক হেঁচাৰ পৰা থলুৱা শিপিনী সকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এইবোৰ আমদানিকৃত গামোচাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ সমান্তৰালভাৱে অসমীয়া থলুৱা শিপিনীসকলে বোৱা গামোচাই যাতে উপযুক্ত বজাৰ এখন লাভ কৰে তাৰ প্ৰয়াসো কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপেই কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত থলুৱা শিপিনীয়ে বোৱা গামোচাৰ বিপণন কেন্দ্ৰ এটা কালি আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই‌।
কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগৰ প্ৰচেষ্টাত ৰেহাই মূল্যত সূতাৰ যোগান ধৰি থলুৱা শিপিনীসকলক গামোচা ব’বলৈ সুবিধা কৰি দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
Gamosa_Biponi_2
বহাগ বিহুৰ পূৰ্বে এইসকল শিপিনীয়ে গামোচা বৈ আজি জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ কাষত কালিবৰৰ মহকুমা প্ৰশাসন আৰু উদ্যোগী ৰাইজ আৰু গ্ৰীন ক্লিন জখলাবন্ধাৰ সহযোগত অস্থায়ী বিক্ৰী কেন্দ্ৰ এটা খুলি গামোচাবোৰৰ বিক্ৰী আৰম্ভ কৰে। থলুৱা তাঁতশালত বোৱা এই সমূহ গামোচা  ১২০ টকাৰ পৰা ১৫০ টকা মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।
আনহাতে এই গামোচা সমূহৰ লগতে স্থানীয় ৰাইজে তৈয়াৰ কৰা অসমীয়া গহনাও বিক্ৰীৰ ব্যৱস্থা কৰা দেখা গৈছে। গামোচ আৰু অসমীয়া গহনা দুয়োটা বস্তুৱেই গ্ৰাহকৰ পৰা সঁহাৰি লভা কৰিছে বুলি তথা গ্ৰাহকসকলে বিপণিখনত ভিৰ কৰা বুলি নৰ্থ ইষ্ট নাওক জানিবলৈ দিছে।
উল্লেখযোগ্য যে চালানী গামোচাৰ ক্ষেত্ৰত মহকুমা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যৱসায় প্ৰতিষ্ঠান সমূহত তালাচী চলোৱাৰ লগতে বহিঃৰাজ্যৰ গামোচা জব্দ কৰিছিল। কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই প্ৰদক্ষেপক সকলো কলিয়াবৰীয়া ৰাইজে আদৰণি জনাইছে ।
এই প্ৰদক্ষেপটোক ক্ষণস্থায়ী নকৰি দীৰ্ঘম্যাদী কৰি জীয়াই ৰাখি প্ৰতিটো সময়তে ৰাইজৰ মংগলৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তই মোহকুমাধিপতিগৰাকীক পৰামৰ্শ দিয়ে।
Apply Now
ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd