• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু মহোৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2018 10:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰ পৰা অৰ্থ্যাৎ ২৮ জুলাই আৰু ২৯ জুলাইত অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত দুদিনীয়াকৈ ‘সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু চলচ্চিত্ৰ মহোৎসৱ,২০১৮ অনুষ্ঠিত হ’ব।

উক্ত অনুষ্ঠানতে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰমথেশ বৰুৱা সোঁৱৰণী জীৱনজোৰা সাধনী বঁটাৰ ২০১৫-১৬ বৰ্ষৰ বাবে কণ্ঠশিল্পী দ্বিপেন বৰুৱা আৰু ২০১৬-১৭ বৰ্ষৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ সভাগৃহত সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে।

Apply Now

উল্লেখযোগ্য যে উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ  লগতে বলিউদৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক আমোল পালেকাৰ আৰু পৰিচালক প্ৰকাশ ঝাই বিশেষ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।

তদুপৰি চলিত বৰ্ষৰ বাবে অসম চৰকাৰে অসমীয়া চলচ্চিত্ৰ তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনপ্ৰিয় সংগীত পৰিচালকদ্বয় জিতু-তপনক ‘স্বৰ্গীয় জয়ন্ত হাজৰিকা সোঁৱৰণী বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলিও উক্ত সংবাদমেলতে নৱ কুমাৰ দলেই জানিবলৈ দিয়ে।

আনহাতে উক্ত সংবাদমেলত বৰ্তমানৰ চৰকাৰে সকলো বঁটাৰ ধন পূৰ্বৰ তুলনাত দুগুণলৈ বৃদ্ধি কৰা বুলি জানিবলৈ দি লগতে কয় যে সেই অনুসৰি এই বঁটা সমূহৰ ন্যূনতম ধনৰ পৰিমাণ ৫০ হাজাৰ টকাৰ পৰা ঊৰ্ধ্বতম ২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।‘

ইয়াৰোপৰি পূৰ্বতে প্ৰদান কৰি অহা বিশিষ্ট ব্যক্তিসকলৰ বঁটাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, আব্দুল মজিদ, বিজু ফুকন, বিজয় শংকৰ, ইন্দ্ৰ বনিয়া, মুনীন বৰুৱা আৰু জয়ন্ত হাজৰিকাৰ সোঁৱৰণত মুঠ ৭ টা বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা অসম ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই উক্ত অনুষ্ঠানত ৬৪ তম আৰু ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমলৈ বিভিন্ন শিতানত বঁটা কঢ়িয়াই অনা প্ৰযোজক, পৰিচালক, অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী সকলক সম্বৰ্ধনা জনোৱা হ’ব বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় ‘’শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনে তিনিখনকৈ পুৰণি অসমীয়া চলচ্চিত্ৰ  প্ৰদৰ্শন কৰা হ’ব।’

‘কাইলৈ পুৱা ১০:৩০ বজাত ডাক্তৰ বেজবৰুৱা(’শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ), পুৱা ১১:৩০ বজাত দীনবন্ধু(ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ), দিনৰ ১:৩০ বজাত বোৱাৰী(’শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ) আৰু ২৯ জুলাইত পুৱা ১০:৩০ বজাত চামেলি মেমচাব (’শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ) পুৱা ১১:৩০ বজাত হালধীয়া চৰায়ে বাওধান খায়(ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ) আৰু দিনৰ ১:৩০ বজাত ভিলেজ ৰকষ্টাৰ্চ(’শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ)ত প্ৰদৰ্শিত হ’ব।’ এই ঘোষণা অভিনেতা যতীন বৰাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd