• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত হিতাধিকাৰী গোট, ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী

নংগি তেৰাং by নংগি তেৰাং
August 7, 2018 5:21 pm
Sum Ronghang in yellow shirt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়, খনি আৰু খনিজ দ্ৰব্য মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগ সমূহে সময়মতে উপযোগিতা প্ৰমাণপত্ৰ দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত পুঁজিৰ আৱণ্টন সময়মতে হোৱা নাই।কৃষি বিভাগৰ আভিযান্ত্ৰিক চৌহদত অনুষ্ঠিত আত্ম সহায়ক গোট, পথাৰ পৰিচালনা সমিতি আৰু হিতাধিকাৰী ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে কয় যে টীম কাৰ্বি আংলঙে প্ৰতিটো স্বায়ত্তশাসিত পৰিষদৰ সদস্যলৈ ভ্ৰমণ কৰিব। আগষ্টৰ ১৭ তাৰিখে মহামায়াৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ’ব।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়, খনি আৰু খনিজ দ্ৰব্য মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে প্ৰমাণপত্ৰ জমা দিয়াৰ লগে লগে পুঁজিৰ আৱণ্টন কৰা হ’ব।

Apply Now

মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘কিছুমান স্থানীয় সংবাদপত্ৰত প্ৰকাশিত হৈছে যে প্ৰথমাৰ্ধৰ পুঁজি মোকোলাই দিয়া হোৱা নাই। প্ৰথমাৰ্ধ হৈছে ১ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ৩০ তাৰিখলৈকে। দ্বিতীয়াৰ্থ ১ অক্টোবৰৰ পৰা ৩১ মাৰ্চলৈকে। প্ৰথমাৰ্থৰ ধন জুলাই মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে মোকোলাই দিয়া হৈছিল। কিন্তু কম সময়তে কাম সম্পন্ন কৰিবলগীয়া হোৱা বাবে উপযোগিতা প্ৰমাণপত্ৰ জমা দিয়াত সমস্যাৰ সৃষ্টি হৈছিল। কামৰ মান আৰু গতিৰ ওপৰত নিৰ্ভৰ কৰি পুঁজি মোকোলাই দিয়া হ’ব। যিটো বিভাগে উপযোগিতা প্ৰমাণপত্ৰ সোনকালে জমা দিব সেইটো বিভাগে সোনকালে পুঁজিৰ আৱণ্টন লাভ কৰিব।’’

তেওঁ আৰু কয় যে উপযোগিতা প্ৰমাণপত্ৰ জমা নিদিয়া বিভাগৰ পুঁজিৰ আৱণ্টন বন্ধ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে খনি আৰু খনিজ দ্ৰব্য বিভাগৰ মাত্ৰ এটাহে কাৰ্যালয় আছে আৰু কাৰ্বি আংলঙকে ধৰি প্ৰতিখন জিলাতেই কাৰ্যালয় স্থাপন কৰা হ’ব। জিলা কাৰ্যালয় আৰু পদবী সৃষ্টি কৰাৰ বাবে আলোচনা কৰা হৈছিল।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে কয় যে টীম কাৰ্বি আংলঙে প্ৰতিটো স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ভিতৰুৱা এলেকাসমূহলৈ ভ্ৰমণ কৰিব। আগষ্টৰ ১৭ তাৰিখে মহামায়াৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাত সকলো কাৰ্যবাহী সদস্য, স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু প্ৰধান সচিব, সচিবসকল আৰু সকলো বিভাগীয় মুৰব্বীসকলে অংশগ্ৰহণ কৰিব। বিদ্যুৎ আৰু পথ সংযোগ নথকা এলেকাসমূহ, বিদ্যালয় নথকা এলেকাসমূহলৈকেও দলটোৱো ভ্ৰমণ কৰিব বুলি তেওঁ কয়।

আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে জনসাধাৰণৰ বিকাশ সাধন কৰিব বুলি দোহাৰে।

নাই।কৃষি বিভাগৰ আভিযান্ত্ৰিক চৌহদত অনুষ্ঠিত আত্ম সহায়ক গোট, পথাৰ পৰিচালনা সমিতি আৰু হিতাধিকাৰী ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত মুঠ ৩৬৩ টা আত্ম সহায়ক গোট, ব্যক্তি আৰু পথাৰ পৰিচালনা সমিতিৰ মাজত মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত ৰাজসাহায্য প্ৰাপ্ত হাৰত ট্ৰেক্টৰ বিতৰণ কৰা হয়।

ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত কৃষি কাৰ্যবাহী সদস্য অমৰসিং টিছো, কাৰ্যবাহী সদস্যসকল, স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল আৰু প্ৰধান সচিব মহদানন্দ হাজৰিকা উপস্থিত আছিল।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd