• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ খেৰনিত বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱ : ভঁৰাল, বাসগৃহ, কলগছ-তামোলগছ ভাঙি লণ্ডভণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2018 7:56 pm
elephant damage

বনৰীয়া হাতীয়ে ভাঙি থৈ যোৱা নিজৰ ঘৰটো থৰ হৈ চাইছে এটি শিশুৱে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনৰীয়া হাতীৰ পালে ঘৰ ভাঙি থাকোতেই ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰা এটা পৰিয়ালক গাওঁবাসী আৰু বনকৰ্মীয়ে তৎপৰতাৰে কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয় পশ্চিম কাৰ্বি আংলঙৰ খেৰনি অঞ্চলত। জানিব পৰা মতে পৰিয়ালটোত শিশুসহ মুঠ সাতজন সদস্য আছিল। হাতীয়ে ঘৰটো ভাঙি থাকোতেই  তেওঁলোকে চিঞৰ-বাখৰ কৰাত ওচৰৰ মানুহ আহি হাতী খেদি তেওঁলোকক উদ্ধাৰ কৰে। যোৱা নিশা ২ নম্বৰ ৱাটিজুৰ গাৱঁৰ মনমোহন সিঙৰ পৰিয়ালটোৱে এই দুৰ্য্যোগটোৰ সন্মুখীন হোৱা বুলি জানিব পাৰ গৈছে।

এটা সূত্ৰই জনোৱা মতে, যোৱা পোন্ধৰ দিন ধৰি বনৰীয়া হাতীৰ এটা পালে কাৰ্বি পাহাৰৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰনি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ক্ৰমাগতভাৱে উপদ্ৰৱ চলাই আছে। ক’ৰবাত যদি বনৰীয়া হাতীয়ে মানুহৰ ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ ভঁৰালৰ ধান খাইছে, ক’ৰবাত কৃষকৰ খেতিৰ ফচল ধ্বংস কৰিছে। মুঠতে পশ্চিম কাৰ্বি আংলঙৰ খেৰনি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰনি, হাজাগাফাৰ, ৱাটিজুৰ, মাইলু আদি অঞ্চলত বিগত পোন্ধৰ দিন ধৰি এটা বৃহৎ হাতীৰ পালে উপদ্ৰৱ চলাই সৰ্বসাধাৰণৰ চকুৰ টোপনি হৰিছে।

Apply Now

গাওঁবাসীয়ে জনোৱা মতে বনৰীয়া হাতীয়ে বিগত নিশাবোৰত ধাৰাবাহিকভাৱে হাজাগাফাৰ গাওঁৰ নিবাসী ৰাজেশ্বৰ সিং, ৰামচন্দ্ৰ চৌহান, ডাংবানন্দ নাপেনছা, পৰিমল দিব্ৰাৰ লগতে ২ নম্বৰ ৱাটিজুৰ গাওঁৰ দিলীপ সিং, মনমোহন সিং আৰু ফৰেষ্ট বজাৰৰ অতুল মালাকাৰকে ধৰি বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। বহু লোকৰ বাৰীৰ কলগছ-তামোলগছ, অন্য খেতিৰ ফচল আদি গচকি-ভাঙিও ধ্বংস কৰিছে।

এক কথাত কবলৈ গ’লে বনৰীয়া হাতীৰ উপদ্ৰৱে উল্লেখিত অঞ্চলবোৰৰ ৰাইজক জ্বলা-কলা দেখুৱাইছে। ফলত নিশা হ’লেই শংকিত হৈ পৰে অঞ্চলবাসী। জানিব পৰামতে যোৱা নিশাৰ ঘটনাটোত ৫০-৬০ টা থকা বনৰীয়া হাতীৰ পালে সমগ্ৰ ঘৰটোকে আগুৰি ধৰি লণ্ডভণ্ড কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd