• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ ঘোষণা : ৩১ ডিচেম্বৰত প্রকাশ পাব চূড়ান্ত নাগৰিকপঞ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 8:22 am
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ৰ সময়সীমা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৩০ জুলাইত প্ৰকাশৰ পোৱাৰ পিছতে অহা ৩১ ডিচেম্বৰত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

যোৱা ৩১ ডিচেম্বৰত প্ৰথমখন আংশিক খচৰা প্ৰকাশৰ পাছত সোমবাৰে চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত দুমাহৰ ভিতৰত যাৱতীয় ওজৰ-আপত্তি এন আৰ চি কৰ্তৃপক্ষই দূৰ কৰি এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিব।  এই প্ৰক্ৰিয়াৰ সমাপ্ত কৰি অহা ৩১ ডিচেম্বৰত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হ’ব বুলি সোমবাৰে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাননী জাৰি কৰিছে।

Apply Now

দেশৰ মহাপঞ্জীয়ক শ্ৰীশৈলেশে সোমবাৰে এক অধিসূচনাযোগে কয় যে ভাৰত চৰকাৰে অহা ৩১ ডিচেম্বৰৰ ভিতৰত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰাটো বিচাৰিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰকাশ কৰাটো অসমৰ ৰাইজে বিচাৰিছে। সেয়েহে সোমবাৰে চূড়ান্ত খচৰা প্ৰকাশৰ পিছত পূৰ্ণাংগ এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰু বিলম্ব কৰিব বিচৰা নাই।

উল্লেখযোগ্য যে সোমবাৰে প্ৰকাশ পোৱা চূড়ান্ত খচৰাত মুঠ আবেদনকাৰী ৩.২৯ কোটিৰ ভিতৰত ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আবেদনকাৰীৰ মাজত এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে প্ৰায় ৪০ লাখ লোক যোগ্য বিবেচিত নহ’ল।

আনহাতে, বাদ পৰি যোৱা লোকসকলক এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ এক সুযোগ দিয়াৰ বাবে প্ৰায় দুমাহজোৰা ওজৰ-আপত্তি গ্ৰহণৰ প্ৰক্ৰিয়া এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব। এই সকলো প্ৰক্ৰিয়া সুচাৰুৰূপে সমাপ্ত কৰি অহা ৩১ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পূৰ্ণাংগ এন আৰ চি প্ৰকাশ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ লগতে দেশৰ মহাপঞ্জীয়কেও চলিত  বৰ্ষৰ ৩১ ডিচেম্বৰত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হ’ব ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd