• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যমে সৃষ্টি কৰিছে বিভ্ৰান্তি : কেবিনেট বৈঠকত অগপৰ ভূমিকাক লৈ ভিন্ন বাতৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 7:09 pm
News_Reality

এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে শুদ্ধ খবৰ কোনটো বুলি জানিব বিচাৰি নিজৰ ৱালত এইদৰে পোষ্ট দিয়া দেখা গ'ল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি, অৰ্থাৎ ১ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত অগপ দলটোৰ মন্ত্ৰীকেইজনে নাগৰিকত্ব বিধেয়ক বিষয়টোত কি ক’লে?

এইটো আছিল সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি চকু ৰখা সকলোৰে এটা প্ৰধান উৎসুকতা। এইটো জানিবলৈ লগে লগে সুবিধা নোপোৱাসকলে আজিৰ সংখ্যাৰ কাকত চাই জানিবৰ চেষ্টা কৰিছিল।

Apply Now

কিন্তু কথাটো হ’ল ভিন্ন কাকতত সম্পূৰ্ণ বিপৰীত তথ্যৰে আজি বাতৰিটো পৰিৱেশন কৰিলে অসমৰ ছপা সংবাদ মাধ্যমে, যাৰ ফলত সৰ্বসাধাৰণক বিভ্ৰান্তিত পৰা দেখা গৈছে। এই কথাটো আজি ছ’চিয়েল মিডিয়াত দিনটোৰ অন্যতম চৰ্চিত বিষয় হোৱা দেখা গ’ল।

উল্লেখযোগ্য যে এই প্ৰসংগটো আজিৰ সংখ্যাৰ কাকতবোৰৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি আছিল। কিন্তু কিছু সংখ্যক কাকতে অগপৰ মন্ত্ৰীকেইজনে বৈঠকত কথাটো উত্থাপনেই নকৰিলে বুলি সংবাদ ছপা কৰাৰ বিপৰীতে আন সীমিত সংখ্যক কাকতে অগপৰ মন্ত্ৰীকেইজনে কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে বুলি বাতৰি পৰিৱেশন কৰা দেখা গৈছে। আনকি ইয়াৰ ফলত আধা ঘণ্টা ধৰি কেবিনেট বৈঠক স্তব্ধ হৈ পৰে বুলি কয়।

মন কৰিব লগীয়া যে কাকতবোৰৰ মাজত ইমান বৈপৰীত্য কেনেকৈ হ’ব পাৰে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে ছ’চিয়েল মিডিয়াত। বাতৰি পৰিৱেশনৰ ধৰণ কিছু বেলেগ হ’ব পাৰে, কিন্তু একেটা বাতৰি কেনেকৈ ইমান বিপৰীত তথ্যৰ হ’ব পাৰে আৰু তেনে হ’লে পাঠকে সত্য খবৰৰ বাবে কাক আস্থাত ল’ব ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে কালিৰ কেবিনেট বৈঠকখন সন্দৰ্ভত নৰ্থ-ইষ্ট নাও-য়েও বাতৰি পৰিৱেশন কৰিছিল। নৰ্থ-ইষ্ট নাও-এ সঠিক খবৰ সংগ্ৰহ কৰি কালিয়েই পাঠকক জনাইছিল যে অগপৰ মন্ত্ৰীকেইজনে কেবিনেট বৈঠকত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত টু শব্দ এটাও কৰা নাছিল।

কাৰণ কেবিনেট বৈঠকৰ পূৰ্বেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগপৰ মন্ত্ৰীকেইজনৰ সৈতে এখন সৰু বৈঠকত মিলিত হৈ বিষয়টো কেবিনেট বৈঠকত উত্থাপন নকৰিবলৈ তিনিওজনকে সন্মত কৰায়।

কেবিনেট বৈঠকৰ পৰিৱৰ্তে সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত নাগৰিকত্ব বিধেয়কৰ বিষয়টো উত্থাপন কৰিবলৈ তেওঁলোকক মুখ্য মন্ত্ৰীজনে অনুৰোধ কৰে আৰু সেইটো তেওঁলোকে মানি লয়। পিছত সংবাদ মাধ্যমৰ আগতো এই কথা দলটোৰ সভাপতি অতুল বৰাই স্বীকাৰ কৰে। লগতে বিজেপিৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক দিয়া ভাষ্যৰ পৰাও এই কথা স্পষ্ট হয়।

আমালৈ শেহতীয়াকৈ অহা গোপন সূত্ৰৰ খবৰ মতে, কালি কেবিনেট বৈঠকত বিষয়টো উত্থাপন কৰাৰ আঁচনি থকা সত্ত্বেও উত্থাপন কৰিব নোৱৰাত ৰাইজৰ তথা বিভিন্ন দল-সংগঠনৰ তীব্ৰ ক্ষোভ আৰু সমালোচনাৰ সন্মুখীন হৈছিল অগপ নেতৃত্ব। ফলত নেতৃত্বই বহুকেইটা সংবাদগোষ্ঠীৰ ঊৰ্ধ্বতন মহললৈ বাতৰিটো বেলেগকৈ পৰিৱেশন কৰিবলৈ ‘ব্যক্তিগতভাৱে’ যোগাযোগ কৰি অনুৰোধ জনাইছিল। ইয়াৰ পৰিণতিতে আজি সীমিত সংখ্যক বাতৰি-কাকতত দলটোৱে কেবিনেট বৈঠকত বিষয়টো উত্থাপন কৰিছিল বুলি সংবাদ ওলায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd