• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ১৯৫১ চনেই ভিত্তিবৰ্ষ হ’ব লাগে : কলিতা জনগোষ্ঠী সন্মিলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2018 5:54 pm
IMG20180516115310
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত অধিকাৰ সংৰক্ষিত হ’ব পৰা বিধেয়কহে সদনত উত্থাপিত হ’ব লাগে,’’- আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোনেশ্বৰ কলিতাই এই মন্তব্য কৰে।

তদুপৰি, ড০ কলিতাই কয় যে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ প্ৰতি খিলঞ্জীয়া লোকসকল অত্যন্ত আশাবাদী আছিল। কমিটিখনৰ তিনিগৰাকী সদস্য ক্ৰমে ড০ ৰোহিনী কুমাৰ বৰুৱা, অনিল ভট্টাচাৰ্য্য আৰু অজয় দত্তৰ অভিযোগ মতে তেওঁলোকৰ অজ্ঞাতে হৰিশংকৰ ব্ৰহ্মই প্ৰতিবেদনখনৰ কিছুমান গুৰুত্বপূৰ্ণ দফা বাদ দি নিজাববীয়াকৈ এখন প্ৰতিবেদন প্ৰকাশ কৰা বুলিও ড০ কলিতাই সদৰী কৰে।

Apply Now

উল্লেখযোগ্য যে হৰিশংকৰ ব্ৰহ্মৰ সহমতত প্ৰস্তুত হোৱা প্ৰকৃত প্ৰতিবেদনখন প্ৰকাশ কৰিবৰ বাবে আজিৰ সংবাদ মেলৰ জৰিয়তে কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতিগৰাকীয়ে দাবী জনায়।

আনহাতে, সংবাদ মেলৰ শেষত সন্মিলনৰ সভাপতিগৰাকীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে যে ৭ মে’ত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰি তেওঁলোকে এনেকুৱা এখন জাতিধ্বংসী বিধেয়ক বাতিল কৰিবলৈ আবেদন জনোৱাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰিছিল। তেওঁ লগতে কয় যে যদিহে এই বিধেয়কখন বাতিল নকৰে তেন্তে অন্যান্য জনগোষ্ঠীসমূহক লগত লৈ তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তুলিব।

তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰে গ্ৰহণ কৰা জনসংখ্যা নীতিৰ সৈতে আৰু এটা কথা সংলগ্ন কৰিবলৈ  আহ্বান জনাই ড০ কলিতাই কয় যে দুটা সন্তানতকৈ অধিক সন্তান থাকিলে কেবল নিৰ্বাচন খেলাৰ সুবিধাৰ পৰা পৰা বঞ্চিত কৰিলেই সমস্যাৰ সমাধান নহ’ব, লগতে অন্যান্য চৰকাৰী সা-সুবিধাৰ পৰাও তেওঁলোকক বঞ্চিত কৰিলেহে মুছলমান জনসংখ্যা নিয়ন্ত্ৰণ হ’ব বুলিও তেওঁ সদৰী কৰে।

সৰ্বানন্দ সোণোৱালে ভিয়েটনাম যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ মুখ্য সম্পাদকসকলৰ আগত ‘অসমৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কামেই নকৰো’ বুলি কোৱা কথাষাৰক আদৰণি জনাই ড০ কলিতাই কয়, ‘’আপুনি খিলঞ্জীয়া মানুহৰ দ্বাৰা নিৰ্বাচিত হৈছে গতিকে খিলঞ্জীয়াৰ স্বাৰ্থক আগস্থান দিয়ক। সেই হিচাপে কলিতা জনগোষ্ঠীৰ সমস্যাসমূহ অহা ৩০ জুনৰ ভিতৰত সমাধান কৰাৰ বাবে আমি দাবী জনাইছো। অন্যথা কলিতা জনগোষ্ঠীয়েও জংগী আন্দোলন গঢ়ি তুলিব বুলি আমি ঘোষণা কৰিছো।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd