• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱস উদযাপনৰ মাজতে তিনিচুকীয়াৰ জাগুণত বোমা বিস্ফোৰণ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 26, 2018 2:17 pm
বিস্ফোৰণ সংঘটিত হোৱা ঠাই
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ মাজতে তিনিচুকীয়াৰ জাগুণত সংঘটিত হ’ল বোমা বিস্ফোৰণ। ৰাজ্যৰ চৌদিশে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে শুকুৰবাৰে ৰাতিপুৱা তিনিচুকিয়াৰ জাগুণ আৰক্ষী থানাৰ অন্তৰ্গত জাগুণ বজাৰত সংঘটিত হয় এই বিস্ফোৰণ। এই পৰ্যন্ত বিস্ফোৰণত কোনো লোক হতাহতি হোৱা নাই বুলি খবৰ লাভ কৰা গৈছে।

তিনিচুকীয়াৰ জিলা আৰক্ষী অধীক্ষক মুধ্যজ্যোতি মহন্তই এন ই নাওক জানিবলৈ দিয়ে, ‘আমি এই বিস্ফোৰণৰ আঁৰত আলফা(স্ব) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছো। বিস্ফোৰণটো অতি কম প্ৰাৱল্যৰ আছিল। তেওঁলোকে বিস্ফোৰণ সংঘটিত কৰাৰ বাবে সময় নিৰ্ধাৰিত কৰিছিল। আলফা(স্ব)য়ে নিজৰ ক্ষমতা প্ৰদৰ্শন তথা তেওঁলোকৰ উপস্থিতি প্ৰমাণ কৰাৰ উদ্দেশ্যে এই বিস্ফোৰণটো সংঘটিত কৰিছে’।

Apply Now

তদুপৰি তিনিচুকীয়া-অৰুণাচল সীমান্তত সন্ত্ৰাসবিৰোধী অভিযান পূৰ্ণগতিত চলোৱা হৈছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

‘আলফা(স্ব)য়ে উজনি অসমত সন্ত্ৰাস সৃষ্টি কৰাৰ মানসিকতাৰে তথা নিজৰ শক্তি প্ৰদৰ্শন কৰি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহৰ লক্ষ্য কৰিয়েই এই বোমা বিস্ফোৰণ সংঘটিত কৰিছে’, এক সূত্ৰই এনেদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যবাসীকে আলফা(স্ব)য়ে ৬৯ সংখ্যক গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল, কিন্তু এই আহ্বানৰ কোনো সহাৰি লাভ নকৰি  ইয়াৰ প্ৰতিবাদতে এই বিস্ফোৰণ সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। মনকৰিবলগীয়া যে এই সন্ত্ৰাসবাদী দলটোৱে প্ৰত্যেকবছৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পূৰ্বে নিজৰ স্থিতি শক্তিশালী বুলি দেখুওৱাৰ বাবেই এনেধৰণৰ কূটাঘাত মূলক ঘটনা সংঘটিত কৰি আহিছে।

স্মৰ্তব্য যে আলফা(স্ব) আৰু এন এচ চি এনৰ এটা গোটে যোৱা ১৬ জানুৱাৰিৰ দিনা তিনিচুকিয়াৰ জাগুণ আৰক্ষী থানাৰ অন্তৰ্গত নামচিকত ৯ খন তেলৰ টেংকাৰতো অগ্মিসংযোগৰ দৰে ঘটনা সংঘটিত কৰিছিল।

‘আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত কোনো লোক তথা সা-সম্পত্তিৰ বিনষ্ট হোৱা নাই। নিষিদ্ধ ঘোষিত সংগঠনটোৱে গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ পিছতো সৰ্বত্ৰ দিশে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। আৰু সেয়া অসমৰ ৰাইজৰ শান্তি, একতাকে পুনৰ প্ৰমাণ কৰে’, বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত প্ৰেছ বিবৃতিৰ জৰিয়তে সেনাই এইদৰে মত প্ৰকাশ কৰে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd