• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজব, হাতত ভুৱা নিযুক্তি পত্ৰ লৈ সচিবালয়ত উপস্থিত বাংলাদেশী !

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2018 7:11 am
Assam-Secretariat-Janata-Bhavan

অসম সচিবালয় : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতত ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত যোগদান কৰিবলৈ আহি ধৰা পৰিল এজন বাংলাদেশী যুৱক। বুধবাৰে সুমন ভট্টাচাৰ্য (৩৫) নামৰ এজন যুৱকে কনিষ্ঠ প্ৰশাসনিক সহায়ক পদত যোগদান কৰিবলৈ পুৱাৰ ভাগত সচিবালয়ৰ যুটীয়া সচিব মুকুল শইকীয়াৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিল।

উল্লেখযোগ্য যে কনিষ্ঠ সহায়ক পদৰ বাবে নিৰ্বচিত হোৱা প্ৰাৰ্থীসকলক কিছুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। স্বাভাৱিকতেই সুমন ভট্টাচাৰ্যই প্ৰদৰ্শন কৰা নিযুক্তি পত্ৰ চাই হতভম্ব হৈ পৰিছে যুটীয়া সচিব মুকুল শইকীয়া।

Apply Now

যুটীয়া সচিবগৰাকীয়ে সুমন ভট্টাচাৰ্যক জেৰা কৰাত তেওঁৰ উত্তৰত শইকীয়াৰ সন্দেহ ঘনীভূত হোৱাত দিচপুৰ আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে আহি সুমনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।

ইয়াৰ মাজতে চাঞ্চল্যকৰ তথ্যটো আহি পৰে যে ধৃত সুমন ভট্টাচাৰ্য এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী। ভট্টাচাৰ্যই কেইবছৰমান পূৰ্বে বাংলাদেশৰ কুমিল্লাৰ পৰা অসমত প্ৰৱেশ কৰি গুৱাহাটীত থাকিবলৈ লয়।

জানিব পৰা মতে সচিবালয়ৰে এগৰাকী ভাস্কৰ বৰাই বৃহৎ ধনৰ বিনিময়ত তেওঁক নিযুক্তি পত্ৰ উলিয়াই দিছিল। আনহাতে, দিচপুৰ আৰক্ষীয়ে সুমন ভট্টাচাৰ্যৰ বাংলাদেশী বুলি কোনো তথ্য প্ৰমাণ নাই আৰু ইয়াক গুজব বুলি আখ্যা দিয়ে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সুমনে অনলাইনযোগে কনিষ্ঠ সহায়ক পদৰ বাবে আবেদন কৰি লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি দাবী কৰিছে। তেওঁ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডাকযোগে তেওঁলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হয়। এখন স্থানীয় সংবাদ পত্ৰতো তেওঁ উত্তীৰ্ণ হোৱা বুলি ‘চৰকাৰী বিজ্ঞাপন’ত প্ৰকাশ পোৱা বুলিও দাবী কৰিছে সুমনে।

আনহাতে, প্ৰাথমিক অনুসন্ধানৰ পিছত নিয়োগ পত্ৰখন যে ভুৱা সেয়া আৰক্ষী নিশ্চিত হৈছে। আৰক্ষীয়ে অনলাইন যোগে কোনো দুষ্ট চক্ৰই  চাকৰিৰ ভুৱা নিযুক্তিৰ জাল পেলাইছে নেকি তাৰ তদন্ত আৰম্ভ কৰিছে।

সুমনৰ বাংলাদেশী প্ৰসংগত আৰক্ষীয়ে স্পষ্ট কৰিছে যে এয়া এক গুজব আৰু তেওঁৰ পান কাৰ্ডৰ লগতে ভোটাৰ কাৰ্ডো আছে। তদুপৰি, সুমনৰ পিতৃ ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰী। বৰ্তমান সুমন জি এছ ৰোডৰ এটা ফ্লেটত বাস কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd