• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিলে জিআৰপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 10:41 am
GANJA-678x381

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গভৰ্মেন্ট ৰে’লৱে পুলিচে (জিআৰপি) তালাচীৰ সময়ত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত শুকুৰবাৰে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

ৰে’লখনত ৩০ কিলোগ্ৰাম গাঞ্জা কঢ়িয়াই অনাৰ আগতীয়া খবৰ পাই জিআৰপি জোৱানে তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে।

Apply Now

পূৰ্বতেও ৰে’লৱে আৰক্ষীয়ে বৃহৎ পৰিমানৰ নিষিদ্ধ মাদক দ্ৰব্য মেৰিজুৱানা জব্দ কৰাৰ লগতে চোৰাংকাৰবাৰী আটক কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা চোৰাংভাৱে গাঞ্জাকে ধৰি বিভিন্ন নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহ হৈ আহিছে। এই ক্ষেত্ৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।

প্ৰতিৰোধ অভিযানৰ বাবে নিয়োজিত সুৰক্ষা সংস্থাসমূহে দেখিছে যে উত্তৰ পূৰ্বাঞ্চলত গাঞ্জাৰ চোৰাং সৰবৰাহৰ নতুন ধাৰা এটাৰ উত্থান ঘটিছে। মণিপুৰ গাঞ্জা উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ আগত আছে। ইয়াৰ শুকান আৰু পৰিপাটিকৈ বন্ধা ব্লকবোৰ বিহাৰ তথা উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰা হয়।

গাঞ্জাক যদিও নিষিদ্ধ দ্ৰব্য হিচাপে তালিকাত ৰখা হৈছে ইয়াৰ খেতি মণিপুৰৰ কিছুমান পাহাৰীয়া অঞ্চলত মুকলিকৈ আৰু ব্যাপক ৰূপত কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মণিপুৰৰ উখ্ৰুল জিলাৰ মহাদেৱ আৰু ছিয়াৰাখঙৰ মাজত বৃহৎ পৰিমানৰ গাঞ্জা উৎপাদন হয়।

মণিপুৰৰ প্ৰতিষ্ঠিত এই গাঞ্জা চক্ৰটো নাগালেণ্ডৰ ডিমাপুৰ আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা পৰিচালিত হৈ আহিছে। বিহাৰ আৰু উত্তৰ প্ৰদেশত এই গাঞ্জাৰ এক বৃহৎ চাহিদা আছে।

কিন্তু বিগত কেই বছৰত এই অঞ্চলসমূহত তীক্ষ্ন নজৰ ৰখাৰ পৰিপ্ৰেক্ষিতত চোৰাং কাৰবাৰীসকলে ত্ৰিপুৰাক নতুন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে।

‘’হঠাতে আমাৰ দৃষ্টিলৈ আহে যে গাঞ্জা সৰবৰাহৰ কামটো ত্ৰিপুৰাৰ পৰা চলি আছে,’’- ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়। ৰাজহ চোৰাংচোৱা বিভাগে শুল্ক বিভাগৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে ত্ৰিপুৰাৰ পৰা চলি থকা এই চোৰাং কাৰবাৰ ধৰা পেলোৱা তথা চোৰাং চক্ৰ উৎখাত কৰাৰ বাবে কাম কৰি আছে।

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd