• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ স্কটলেণ্ডলৈ যাব অসমৰ পৰিচালক পাৰ্থজিৎ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 1:51 pm
parthajit Baruah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে অসমৰ এজন পৰিচালকে। স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ সম্পৰ্কে অধ্যয়নৰ বাবে বাছনি হৈছে অসমৰ ছবি পৰিচালক পাৰ্থজিৎ বৰুৱা । পাৰ্থজিৎ বৰুৱাৰ সৈতে ভাৰতৰ আন এঘাৰগৰাকী ছবি পৰিচালকো উক্ত বিশ্ববিদ্যালয়খনলৈ অধ্যয়ন কৰাৰ বাবে যাব।

নগাঁও চহৰৰ আমোলাপট্টি নিৱাসী পাৰ্থজিৎ বৰুৱাই ইতিমধ্যে বহুটো বঁটা লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মান উজলাবলৈ সক্ষম হৈছে।

Apply Now

উল্লেখ্য যে ১৯২৬ চনৰ পৰা ১৯২৯ চনৰ সময়ছোৱাত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই এডিনবাৰ্গ বিশ্ববিদ্যালয়ত কৰা অধ্যয়নৰ সমল বিচাৰি পাৰ্থজিৎ বৰুৱাই অহা ২৫ মাৰ্চত স্কটলেণ্ডলৈ ৰাওনা হ’ব।

দেশৰ প্ৰায় ২০০ গৰাকী পৰিচালকৰ মাজৰ পৰা ভাৰত চৰকাৰৰ নেশ্যনেল ফিল্ম আৰ্কাইভ অৱ ইণ্ডিয়া নামৰ বিভাগটোৱে এই ১২ জন ছবি পৰিচালকক বাছনি কৰি উলিয়াইছে।

অসমৰ পৰিচালকজনে ইতিপূৰ্বে লক্ষ্মী ওৰাং ৰাইজিং ফৰ্ম দা গ্ৰেভ(২০১৫), দা ধেমাজী ট্ৰেজেডী(২০১৫), ৰীমা পাঙি(২০১৫), নগাঁও এ লেণ্ড অৱ ডাইভাৰছিটী(২০১৭) আদি ছবিৰ বাবে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰি বম্বে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু উত্তৰ-পূব ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, দিল্লী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু কলিকতা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ সমালোচকৰ বঁটাও লাভ কৰিছিল।

আনহাতে দুখন সমালোচনামূলক গ্ৰন্থ ৰচনা কৰা বৰুৱাই ২০১৬ চনত লণ্ডনৰ এছিয়া হাউছত অসমীয়া চিনেমাৰ ওপৰত বক্তব্যও ৰাখিছিল।

অসমীয়া ছবি জগতৰ জন্মদাতা জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২৬ চনৰ পৰা ১৯২৯ চনলৈ স্কটলেণ্ডত কৰা অধ্যয়নৰ বিষয়ে অসমবাসীক অৱগত কৰাটোৱে প্ৰধান লক্ষ্য বুলি পাৰ্থজিৎ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd