• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী কৰ্মচাৰীৰ ধৰ্মঘটৰ বিৰুদ্ধে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

ছাংজুৱালা হামৰ by ছাংজুৱালা হামৰ
December 7, 2017 11:38 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই আজি চৰকাৰী কৰ্মচাৰীসকলে যদি ধৰ্মঘট চলাই থাকে তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে।

মিজোৰামৰ সকলো চৰকাৰী কৰ্মচাৰীৰ উমৈহতীয়া সংগঠন ফেডাৰেচন অফ মিজোৰাম গভ্ট এমপ্লইজ এণ্ড ওৱাৰ্কাৰ্ছ (এফ এম জি এণ্ডডব্লিউ) এ আজি দৰমহা বৃদ্ধিৰ দাবীত তিনিদিনৰ সৰ্বাত্মক ধৰ্মঘট আৰম্ভ কৰিছিল।

Apply Now

মিজোৰামৰ জনসাধাৰণলৈ এক বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই ধৰ্মঘটকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে দি ব॥ৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ’লে পেন্সনাৰ আৰু শিক্ষিত নিবনুৱাসকলক চৰকাৰক সেৱা কৰিবৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়।

‘’ আমাৰ চৰকাৰে এনে পৰিস্থিতি এৰাই চলিবলৈ সকলোধৰণৰ প্ৰচেষ্টা হাতত সৈছিল, কিন্তু এফ এম জি এণ্ড ইৰ নেতাসকলে আমাৰ বিনম্ৰ আবেদনক সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিছে আৰু ধৰ্মঘটৰসিদ্ধান্ত গ্ৰহণ কৰি মিজোৰামৰ জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিব কৰিছে যিটো সময়ত আমাৰ সকলোৰে অতি হেঁপাহৰ ধৰ্মীয় উৎসৱ খ্ৰীষ্টমাছ উৎযাপনৰ সময় আহি পৰিছে,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিবৃতিটোত এইদৰে কয়।

লাল থানহাৱলা চৰকাৰে মাত্ৰ কেইদিনমান আগতে ৰাজ্যিক পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ এইচ লিয়ানছেইল’ভাৰ সভাপতিত্বত এখন সমিতি গঠন কৰি ৰাজ্যৰ অৰ্থনীতিৰ লগত সংগতি ৰাখি দৰমহা বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰিব দিছিল।

‘’ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বিষয়টো সমাধান কৰিবলৈ বিচাৰি আছো। নতুনকৈ জিএছটি আৰু বিমুদ্ৰাকৰণে ৰাজ্যৰ অৰ্থনীতিত এক গভীৰ প্ৰভাৱ পেলাইছে আৰু এই সমিতিখনে দৰমহা বৃদ্ধিৰ বিষয়টো  বিবেচনাসহকাৰে চালি জাৰি চাব কিন্তু তেওঁলোকে অপেক্ষা নকৰিলে। ৰাজ্যখনৰ ১১ লাখ মানুহৰ বাবে এই ৫০,০০০ কৰ্মচাৰীয়ে যিটো কৰিব লৈছে সেয়া ভুল,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

‘’আগৰবাৰ চৰকাৰৰ শাসনত মোৰ চৰকাৰে কৰ্মচাৰীৰ দৰমহা চাৰিবাৰ বৃদ্ধি কৰিছিলো। মোৰ চৰকাৰে সদায়েই দৰমহাৰ গাঁঠনি কেন্দ্ৰীয় চৰকাৰৰ হাৰত দিবলৈ চেষ্টা কৰি আহিছো। আমি তেওঁলোকক কেইবাবাৰো আহ্বান জনাইছো, আনকি এখন কমিটিও গঠন কৰি দিছিলো কিন্তু তেওঁলোকে নুশুনিলে,’’—বিবৃতিটোত কোৱা হৈছে।

ছাংজুৱালা হামৰ

ছাংজুৱালা হামৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd