• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ দ্বাৰা প্ৰতাৰিত ভেন্সাৰ শিক্ষক-কৰ্মচাৰীৰ গোচৰ সন্দৰ্ভত ১০ মে’ত গুৰুত্বপূৰ্ণ সভা আহ্বান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 8, 2018 9:18 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ ‘পৰিবৰ্তনকামী’ বিজেপি চৰকাৰৰ দ্বাৰাও চূড়ান্তভাৱে প্ৰতাৰিত হৈ আহিছে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ  একাংশ শিক্ষক-কৰ্মচাৰী।

ফলত তেওঁলোকে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে অহা ১০ মে’ত ‘অল আসাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েছন’ নামৰ সংগঠনটোৱে এখন গুৰুত্ব পূৰ্ণ সভা আহবান কৰিছে।

Apply Now

সংগঠনটোৰ সভাপতি আব্দুল হামিদ শিকদাৰ, উপ-সভাপতি ধৰ্মেশ্বৰ বড়ো আৰু সম্পাদক ছফিকুল ইছলাম ভুট্টই এক বিবৃতিৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। বিবৃতিটোত উল্লেখ কৰা অনুসৰি অহা ১০ মে’ত বৰপেটা জিলাৰ হাউলীৰ চণ্ডীবৰুৱা প্ৰেক্ষা গৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা গুৰুত্বপূৰ্ণ সভাখনত গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে বিতংভাৱে আলোচনা কৰা হ’ব। উক্ত সভাত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি কামনা কৰিছে সংগঠনটোৱে।

বিবৃতিটোত লগতে উল্লেখ কৰে যে প্ৰাদেশীকৰণ আইন ২০১১ সংশোধনী ২০১২-১৩ অনুসৰি প্ৰাদেশীকৰণৰ বাবে যোগ্য বিবেচিত শিক্ষানুষ্ঠানসমূহৰ পদসমূহ প্ৰাদেশীকৰণ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনে প্ৰাদেশীকৰণৰ নতুন আইনৰ দোহাই দি শিক্ষক-কৰ্মচাৰীৰ পদসমূহ বিলুপ্তি কৰিব বিচাৰিছে।

আনহাতে পূৰ্বৰ আইন অনুসৰি যোগ্য বিবেচিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ নতুন আইনত সকাহ প্ৰদান কৰাৰ পৰিৱৰ্তে নতুন চৰ্ত আৰোপ কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ পদসমূহ বিলুপ্তি কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰত লিপ্ত  হোৱা বুলিও বিবৃতিটোত অভিযোগ কৰে।

পূৰ্বৰ আইন অনুসৰি, যোগ্য বিবেচিত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্য বিচাৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোচৰটো গুৱাহাটী উচ্চতম ন্যায়ালয়ত তৰা সন্দৰ্ভত প্ৰস্তুতি প্ৰায় সম্পন্ন কৰা বুলি বিবৃতিটোত জনায়।

দহ বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ  শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ পূৰ্বৰ আইন অনুসৰি ২০১৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰু সাত বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ২০১৩ বৰ্ষৰ ১৪ আগষ্টত কাৰ্যকৰী হোৱাকৈ প্ৰাদেশীকৰণৰ সা-সুবিধা প্ৰদানৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd