• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ছত্তিশগড়ৰ ৰাইপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ ছগৰাকী যুৱতীক গ্ৰেপ্তাৰ : দেহ ব্যৱসায়ত জড়িতৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2018 11:08 am
Sex-racket-570x320

প্ৰতিনিধিত্বমূলক ফটো

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ যুৱতীক নাৰী সৰবৰাহকাৰীসকলে ভাল চাকৰি দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈ অবৈধ কামত লিপ্ত কৰোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ছত্তীশগড়ৰ ৰাইপুৰত এনে এক ষড়যন্ত্ৰৰ বলি হৈ গ্ৰেপ্তাৰ হ’ব লগীয়া হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ছগৰাকী যুৱতী।

অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰৰ এই যুৱতী কেইগৰাকীক দেওবাৰে সন্ধিয়া ৰাইপুৰত অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত ৰাজেন্দ্ৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

এই কথা নিশ্চিত কৰি দিল্লী আৰক্ষীৰ মহাপৰিদৰ্শক ৰবীন হিবুৱে তেওঁৰ ফেচবুকত দেওবাৰে প’ষ্ট কৰিছে : “ ছত্তিশগড়ৰ ৰাইপুৰত অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত ৰাজেন্দ্ৰ নগৰ আৰক্ষী থানাই উত্তৰ-পূৰ্বাঞ্চলৰ ছগৰাকী যুৱতীক (নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰামৰ) গ্ৰেপ্তাৰ কৰিছে।”

গ্ৰেপ্তাৰ হোৱা যুৱতী কেইগৰাকীক সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে লিখিছে, “আজি সন্ধিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ছগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাইলৈ তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব।”

দিল্লী আৰক্ষীৰ মহাপৰিদৰ্শক  হিবুৱে প্ৰকাশ কৰিছে যে ৰাইপুৰৰ এছ এছ পি অমৰেশ কুমাৰে তালাচীৰ সময়ত উক্ত যুৱতী কেইগৰাকীক হাতে-লোটে ধৰা ঘটনাটো নিশ্চিত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভাল চাকৰি দিয়াৰ লোভ দেখুৱাই নাৰী সৰবৰাহকাৰী চক্ৰই যুৱতীসকলক দেহ ব্যৱসায়ত জড়িত কৰাৰ সম্ভাৱনা ব্যক্ত কৰি মহাপৰিদৰ্শক হিবুৱে কয় যে তেওঁ  ৰাইপুৰৰ এছ এছ পি গৰাকীক যুৱতীকেইগৰাকীক এই ব্যৱসায়ত নিয়োগ কৰাৰ আঁৰত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

“মই এছ এছ পি গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নিয়োগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছো, যিসকলে ভাল চাকৰিৰ প্ৰলোভন দি তেওঁলোকক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাইছিল,”-হিবুৱে কয়।

অৱশ্যে, তেওঁ লগতে জনাইছে যে স্থানীয় হেল্পিং হেণ্ডছ নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত তেওঁলোকৰ জামিনৰ বাবে এগৰাকী অধিবক্তা বিচাৰি পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd