• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ আহি তামুলপুৰত দুৰ্ঘটনাত পতিত হ’ল ৪০ গৰাকী শিক্ষাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 8:29 pm
IMG-20180524-WA0041
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বাক্সা জিলাৰ তামুলপু্ৰ মহকুমাৰ অন্তৰ্গত লাওপাৰাৰ জামুগুৰি চ’কত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দু্ৰ্ঘটনাত প্ৰায় ৪০ গৰাকী স্কুলীয়া শিক্ষাৰ্থী আহত হোৱা ঘটনাই অঞ্চলটোত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।

জানিব পৰা অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে নাগ্ৰীজুলি খাটৰবাৰী হাইস্কুলৰ পৰা প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী টাটা ডি আই গাড়ী (এ এছ ০১ ডি চি ৬১৪২) এখনেৰে তামুলপুৰলৈ আহি থকা অৱস্থাতে লাওপাৰাৰ জামগুৰি চ’কত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

Apply Now

20180524_134542

দুৰ্ঘটনাটোত প্ৰায় ৪০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আহত হয়। লগে লগে আহত ছাত্ৰ কেইগৰাকীক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু তামুলপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিগ্ৰাই স্বৰ্গীয়াৰী, ৰাফেল মুৰ্মু, ভক্তি বিলাস ভট্টৰায়, জিতেন মাঝি, মানিক দাস, বাজি চৰেন, মৃদুল ৰাজবংশী সহ ২০ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। এই ২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আঠগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am
হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

July 14, 2026 8:36 am
ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

July 14, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am
হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd