• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাকাৰ্টা এছিয়ান গেইমছলৈ সাজু অসমৰ সাত সন্তান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2018 1:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা এছিয়ান গেইমছ অসমৰ বাবে আছিল কিছু সুকীয়া। কিয়নো সেইবাৰৰ এছিয়ান গেইমছত প্ৰথমবাৰ অসমৰ পৰা সৰ্বাধিক তিনিগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। আৰু তেতিয়াৰে পৰা বিগত এছিয়ান গেইমছলৈ সেয়াই আছিল অসমৰ পৰা নিজ দেশক প্ৰতিনিধিত্ব কৰা সৰ্বাধিক খেলুৱৈৰ সংখ্যা।

মন কৰিবলগীয়া যে  চলিত বৰ্ষৰ ১৯ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত সেই ১৯৮৬ৰ ৰেক’ৰ্ড ভংগ কৰি প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বাধিক সংখ্যক ক্ৰীড়াবিদে বহু প্ৰতিক্ষিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দেখা যাব।

Apply Now

অসমৰ ক্ৰীড়া জগতৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথম বাৰৰ বাবে এছিয়াডত ৭ গৰাকীকৈ অসমীয়া খেলুৱৈৰ অংশগ্ৰহণৰ খবৰে উৎফুল্লিত কৰি তুলিছে অসমৰ ক্ৰীড়া প্ৰেমীক। খেলুৱৈ কেইগৰাকী হ’ল বিশ্ববিজয়ী দৌৰবিদ হিমা দাস, আৰ্চাৰ প্ৰমীলা দৈমাৰী, শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ শিৱ থাপা, ফেন্সাৰ কবিতা দেৱী, টাইকোৱানডোত ৰুদালী বৰুৱা আৰু বাস্কেট বলত জোনালী দত্ত।

উল্লেখ্য যে এছিয়ান গেইমছত প্ৰথমবাৰৰ বাবে ১৯৬৬ চনতে অসমৰ পৰা প্ৰথম ৮০০ মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই অর্জন কৰিবলৈ সক্ষম হৈছিল স্বৰ্ণ পদক। আৰু তেতিয়াৰ পৰা পদক শূণ্য হৈ আছে অসম। কিন্তু ৫০বছৰৰ পিছত এইবাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অসমৰ আটাই কেইগৰাকী খেলুৱৈয়ে বিজয়ধ্বজা উৰুওৱাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে।

কিয়নো আজি কিছুদিনৰ পৰা এছিয়াডলৈ নিৰ্বাচিত অসমীয়া খেলুৱৈ কেইগৰাকীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঈৰ্ষণীয় প্ৰদৰ্শনেৰে বিভিন্ন খিতাপ আজুৰি আনি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰিৰ শিৰোনাম দখল কৰাটোৱে স্বাভাৱিকতে অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। সেয়ে অসমৰ ক্ৰীড়া প্ৰেমীয়ে আশা কৰিছে জাকাৰ্টাত অসমৰ খেলুৱৈয়ে অসমৰ মান উজলাই বুটলি আনিবলৈ সক্ষম হ’ব পদক।

আৰু তেনে সময়তে এছিয়াডত অসমৰ সাতগৰাকী খেলুৱৈৰ অংশগ্ৰহণে অসমত ক্ৰীড়া বিপ্লৱৰ সূচনা কৰাৰ লগতে নিশ্চয়কৈ আগন্তুক দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে এক উচ্চ স্থান ল’বলৈ সক্ষম হ’ব বুলি ক্ৰীড়া বিশ্লেষক সকলে ধাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd