• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেৰালাৰ আলাপুজা চহৰৰ আৰ্হি গ্ৰহণ মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 11:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেৰালাৰ আলাপুজা ( Alappuzha ) নগৰ সমিতিৰ বিশেষ ব্যৱস্থাপনা গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে। এই সন্দৰ্ভত জানিবৰ বাবে মেঘালয়ৰ নগৰ উন্নয়ন মন্ত্ৰী হামেলেতচন দলিং, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী চামলিন মালনিয়াং আৰু চৰকাৰৰ মুখ্য ৱিপ (whip) আগাথা চাংমাৰ নেতৃত্বত এটা দলে এই সপ্তাহত কেৰালাৰ আলাপুজা চহৰ পৰিভ্ৰমণ কৰে।

ভ্ৰমণকালত আলাপুজা নগৰ সমিতিৰ বিষয়ববীয়াৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি দলিঙে কয় ‘নগৰ পালিকা এলেকাত জাবৰ ব্যৱস্থাপনা কিদৰে কৰা যায় সেইলৈ আমি আলাপুজা মডেল সম্পৰ্কে আলোচনা কৰো। অগ্ৰগামী প্ৰকল্পৰূপে শ্বিলং আৰু তুৰাত অতি শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ’ব।’

Apply Now

মেঘালয়ত ২০২২ চনত হ’ব লগা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পূৰ্বেই ৰাজ্যখনক জাবৰ-মুক্ত কৰি তোলাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি জনাইছে মন্ত্ৰী দলিঙে।

আনহাতে আলাপুজাত থকা বিকেন্দ্ৰীকৃত ব্যৱস্থাই প্ৰত্যেক ঘৰ মানুহকে পৰিৱেশ অনুকূল কৰি তোলা বুলি উল্লেখ কৰি আগাথা চাংমাই জনায় যে তাত প্ৰত্যেক ঘৰৰে পাছ চোতালত ঘৰুৱা জাবৰৰ ব্যৱস্থা লগোৱাৰ দিহা আছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ কাৰ্য্যসূচীৰ অধীনত সফল আৰু বহনক্ষম জাবৰ ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে আলাপুজাই বিশেষ কৃতিত্ব আৰু স্বীকৃতি লাভ কৰিছে আৰু এই ব্যৱস্থা বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠৰূপে জনাজাত।

২০১৬ চনত ভাৰতৰ বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই আলাপুজাক দেশৰ আটাইতকৈ নিৰ্মল চহৰ হিচাপে ঘোষণা কৰিছিল।

আলাপুজাৰ জনসংখ্যা ১৭৪,১৬৪ গৰাকী। কেৰালাৰ ই হ’ল আটাইতকৈ বেছি স্বাক্ষৰ জিলাৰ ভিতৰত তৃতীয়তম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd