• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত জৈৱিক চাহ উৎপাদনৰ কৰ্মশালা সম্পন্ন

আচিফ ইব্ৰাহিম by আচিফ ইব্ৰাহিম
May 22, 2018 12:33 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ উৎপাদনৰ পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি আহি জৈৱিক উৎপাদনৰ ক্ষেত্ৰত খোজ দিছে অসমৰ কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এই উদ্দেশ্য আগত লৈয়ে সোমবাৰে পাহাৰীয়া জিলাখনৰ কেকাং আদং গাঁৱত চাৰিটা ভিন্ন আত্মসহায়ক গোটৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত জৈৱিক চাহ খেতি সন্দৰ্ভত এটি প্ৰশিক্ষণৰ আয়োজন কৰা হয়।

প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা এই জৈৱিক চাহ খেতিৰ প্ৰশিক্ষণ শিবিৰটোত প্ৰায় ৪৯ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক জৈৱিক চাহৰ উৎপাদন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে উক্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে পূৰ্বতে পৰম্পৰাগতভাৱে অৰ্থাৎ প্ৰাকৃতিকভাৱে চাহ খেতি কৰি আহিছিল।এই প্ৰশিক্ষণৰ সময়ছোৱাত স্থানীয়ভাৱে উপলব্ধ গছ- লতাৰ ঔষধি গুণৰ বিষয়ে খেতিয়কসকলক অৱগত কৰোৱা হয়।

Apply Now

উল্লেখযোগ্য যে সোমবাৰৰ প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাটৰ চাহ গৱেষণা সন্থাৰ মুখ্য উপদেষ্টা বিষয়া ড০ প্ৰদীপ বৰুৱা, আমালগামাটেড প্লেনেটেশ্যনৰ উপ মহাপ্ৰৱন্ধক সঞ্জয় কুমাৰ দত্ত, লেতুকাজান চাহ বাগিচাৰ শীৰ্ষ প্ৰৱন্ধক অৰৱিন্দ অৱস্তি, কাৰ্যবাহী প্ৰৱন্ধক ঋতুৰাজ বৰকটকী, সহকাৰী প্ৰৱন্ধক জামান আহমেদৰ লগতে অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থাকে।

ATTACHMENT প্ৰশিক্ষণৰ সময়ছোৱাত ভাৰতীয় চাহ ব’ৰ্ডৰ হৈ ড০ দেৱজিত বৰা উপস্থিত থাকি কাৰ্বি আংলঙৰ চাহ খেতিয়কসকলৰ বাবে থকা ব’ৰ্ডৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

পাহাৰীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক জৈৱিক চাহ খেতি সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে লেতেকুজান চাহ বাগিচাই গ্ৰহণ কৰা এই পদক্ষেপ শলাগিবলগীয়া। ইয়াৰ জৰিয়তে অদূৰ ভৱিষ্যতে জৈৱিক চাহ খেতিৰ ক্ষেত্ৰখনত কাৰ্বি আংলঙৰ কৃষক সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষণ হ’ব বুলি আশা কৰা হৈছে।

 

 

আচিফ ইব্ৰাহিম

আচিফ ইব্ৰাহিম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd