• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

টিলু গুৰুঙক আগবঢ়ালে ছিকিম বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
April 27, 2018 2:27 pm
best-legislator-570x320 (1)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭-১৮ বৰ্ষৰ ছিকিম বিধানসভাৰ শ্ৰেষ্ঠ বিধায়ক ৰূপে নিৰ্বাচিত হৈছে নামঠাং-ৰাটেইপানী সমষ্টিৰ বিধায়ক টিলু গুৰুং। বৃহস্পতিবাৰে ৰাজ্যখনৰ গেংটকস্থিত চিন্তন ভৱনত ছিকিম বিধানসভা সচিবালয়ে আয়োজন কৰা এক বৰ্ণাঢ্য কাৰ্যসূচীত বিধায়ক টিলু গুৰুঙক বছৰটোৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মানেৰে সন্মানিত কৰে।

বিধায়ক টিলু গুৰুঙক পুৰস্কাৰ হিচাপে নগদ দুই লাখ টকা আৰু এখন ৰূপৰ স্মাৰক প্ৰদান কৰা হয়। উল্লেখ্য যে ছিকিমত ২০১৬ চনৰ পৰা শ্ৰেষ্ঠ বিধায়কৰ সন্মান আগবঢ়াই আহিছে।

Apply Now

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰীনিবাস পাটিল, ছিকিম বিধানসভাৰ অধ্যক্ষ কে এন ৰায়, প্ৰাক্তন অধ্যক্ষ ছোনাম জ্ঞাতছো লেপছাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

২০১৭-১৮ বৰ্ষৰ বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান লাভ কৰা বিধায়ক টিলু গুৰুঙক ৰাজ্যপাল পাটিলে শুভেচ্ছা জনোৱাৰ লগতে কৃতকাৰ্যতা লাভ কৰিবলৈ কৰ্ম কৰি যোৱাটো নিতান্তই প্ৰযোজনীয় বুলি উল্লেখ কৰে। তেওঁ লগতে সকলোকে ইয়াৰ বাবে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

বছৰটোৰ শ্ৰেষ্ঠ বিধায়কক সন্মানিত কৰাৰ উদ্দেশ্যে বিধানসভাৰ অধ্যক্ষ আৰু বিধানসভাৰ কৰ্মকৰ্তাই আৰম্ভ কৰা এনে কাৰ্যক ৰাজ্যপালগৰাকীয়ে শলাগ লয়।

তেওঁ লগতে ৰাজ্যখনত বিগত কিছু বছৰৰ পৰা উন্নয়নৰ গতি ত্বৰাণ্বিত হোৱা বুলিও উল্লেখ কৰে। তাৰোপৰি সৰ্বসাধাৰণ ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰাৰ লগতে উন্নয়নৰ গতি স্তব্ধ নকৰিবলৈ জনসাধাৰণৰ প্ৰতিনিধিসকলক আহ্বান জনায়।

আনহাতে এই অনুষ্ঠানতে বিধানসভাৰ অধ্যক্ষ কে এন ৰায়েও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে লোকসভাৰ সচিয়ালয়ে প্ৰস্তুত কৰি উলিওৱা ‘আৱাৰ কনষ্টিটিউশ্যন’ শীৰ্ষক ডকুমেণ্টৰী ফিল্ম এখন প্ৰদৰ্শন কৰা হয়।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd